সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Uncategorized

কুঁৱলীয়ে প্ৰাণ ল’লে ৫ জনৰ

তেজপুৰৰ এক বিবাহ অনুষ্ঠানত অংশ ল'বলৈ অ’ৰা গাড়ীৰে তেজপুৰলৈ গৈ আছিল ৫ জনীয়া যুৱকৰ এক দল।এএছ ০৫ কিউ ২৬৪৩ নম্বৰৰ AURA বাহনখন বোকাখাটৰ পৰা তীব্ৰ বেগত তেজপুৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং(ক) চাৰিলেনযুক্ত…

৮১ বছৰীয়া হ’ল নেপথ্য কণ্ঠশিল্পী দশৰথ দাস

ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰবীণ কণ্ঠশিল্পী দশৰথ দাসৰ ৮১সংখ্যক ওপজা দিন শনিবাৰে পালন কৰা হয়। জন্মদিনত শিল্পীগৰাকীক গুণমুগ্ধই শুভেচ্ছাৰে উপচাই পেলায়। বজালীৰ বাঘমাৰাত উদযাপন কৰা জন্মদিনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ…

১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০২২

" গ্ৰন্থই মানুহৰ মননশীলতা জৰ্জৰিত কৰি তোলে।বৌদ্ধিক আন্দোলন তৰাম্বিত কৰাত গ্ৰন্থমেলা সমূহে অপৰিসীম ভূমিকা গ্ৰহণ কৰি আহিছে। " - ভক্স পপুলিৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল- সংগঠনৰ সহযোগত শুকুৰবাৰৰপৰা গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত…

ৰাজ্যপালৰ বিলৈ !

'মই কাৰো হৈ কাম কৰা নাই।মই কাৰো এজেণ্ডা কাৰ্যকৰী কৰা নাই। মোক তেনেকুৱা কিবা প্ৰমাণ দিলে,মই পদত্যাগ কৰিম।’ ৰ’ব,ৰ’ব -এই স্বীকাৰোক্তি কোনো দলীয় নেতা বা কাৰ্যকৰ্তাৰ নহয়,এই স্বীকাৰোক্তি দেশৰ এখন ৰাজ্যৰ ৰাজ্যপালৰ। কালৰো কাল বিপৰীত কাল,হৰিণাই…

ভেটি তচনচ,তথাপিও ল’লে মুখ্যমন্ত্ৰীৰ নাম

সমাগত গুজৰাট নিৰ্বাচনক লৈ বিজেপিৰ দৈনিক বৃদ্ধি পাইছে দুঃশ্চিন্তা।কাৰ নামত ভোট বিচাৰিব,তাকে লৈ পাৰ নোপোৱা হৈছে বিজেপি।আপৰ আগ্ৰাসী নিৰ্বাচনী ৰণ কৌশলে শংকিত কৰিছে বিজেপিক।আপে জনতাৰ মতামত লৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে,কিন্তু বিজেপিৰ ওৰ পৰা নাই…

ডাষ্টবিন হ’লগৈ চৰকাৰী আদৰ্শ গাঁৱৰ কুঁৱা

খীৰতি গাইত পৰিণত হৈছে নেকি অসম চৰকাৰৰ আদৰ্শ গাঁও যোজনা । কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলাইখোৱা আদৰ্শ গাঁৱত উন্নয়নৰ নামত কি ঘটিছে ?ৰাজ্যত আদৰ্শ গাওঁ নিৰ্মাণ প্ৰকৃততে এক চূড়ান্ত প্ৰহসনলৈ পৰিণত হৈছে।বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ গাঁও পঞ্চায়তৰ…

বীৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ প্ৰস্তুতি

ওদালগুৰি জিলাৰ মাজবাটত ১৪৭ সংখ্যক বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালনৰ প্ৰস্তুতি চলিছে। মাজবাটৰ ১নং খামটোবাৰী গাঁৱৰ খুচুৰাবাৰী চেন্টাৰত বীৰছা মুণ্ডা সংঘ ও পুথিভঁৰালৰ উদ্যোগত মাজবাট আঞ্চলিক আছা, আটছা, বেতিবাৰী চাহ মজদুৰ সংঘৰ সহযোগত ভাৰতৰ…

নাইজেৰিয়াত নীৰৱে উচুপিছে ভাৰতীয় নাবিকে

ভাৰতৰ ১৬ গৰাকী নাবিক বন্দী হৈ আছে নাইজেৰিয়ান সেনাৰ হাতত। ৮৫ দিন ধৰি অবৈধভাৱে বন্দী হৈ থকা ১৬ গৰাকী ভাৰতীয় নাবিকৰ কাতৰ আহ্বান ভাৰত চৰকাৰলৈ। তেওঁলোকক শীঘ্ৰেই ভাৰত চৰকাৰে উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী…

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ…

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন । ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত ওদালগুৰিৰ উপায়ুক্ত…

ধুবুৰীলৈ ‘নাযায়’ ৰকিবুল হুছেইন !

নগাঁৱত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অলপতে এক সংবাদমেল সম্বোধন কৰে। 'ভাৰত জোড়ো যাত্ৰা' সন্দৰ্ভত নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ। সংবাদমেলত ৰকিবুল হুছেইনক সংগ দিলে বিধায়ক নুৰুল হুদা,বিধায়িকা শিৱামণি…