Browsing Category
চৰ্চিত
পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷
পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷ আপৰ সংবাদমেলৰ পিছত দেশজুৰি অব্যাহত প্ৰতিক্ৰিয়া৷ কি ক'লে দিল্লীৰ আপ,কংগ্ৰেছ আৰু বিজেপি নেতাই? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কি কলে হিমন্ত বিশ্ব শর্মাই? এক প্ৰতিবেদন৷
…
টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু…
৬ মাহজোৰা অনুসন্ধান আৰু উন্মোচনঃ কেনেদৰে পোহৰলৈ আহিল কোভিডকালৰ গোপন অধ্যায়
‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত…
মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?
‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷…
ডলু গ্ৰীন ফিল্ড নিৰ্মাণৰ বাবে কেন্দ্ৰলৈ যোৱাই নাছিল কোনো প্ৰস্তাৱ। তেনেহ’লে কিয় চলোৱা হল…
আজিৰ পৰা প্ৰায় কেই সপ্তাহ মানৰ আগৰ কথা। বৰাকৰ ডলু চাহ বাগিছাৰ ২৫০০ বিঘা জোৰা ভূমিত চলিছিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় ২০০ খন এক্সেভেটৰ লৈ উচ্ছেদ চলোৱা হৈছিল ডলু চাহ বাগানত৷
উদেশ্য বৰাকৰ ডলু চাহ বাগিছাত নির্মাণ হব গ্ৰীণ ফিল্ড বিমানবন্দৰ৷…
কোভিড ফাইলছঃ অসমৰ সংবাদ পত্ৰৰ কি ভূমিকা ?
‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ ধাৰাবাহিক বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে লকডাউনৰ পূৰ্বে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰা , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়ে অত্যাধিক দৰত ছেনিটাইজাৰ আৰু পি পি ই…
কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত কি সম্পৰ্ক আছে?
কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪
https://youtu.be/vRMzX7F5NUg
জনসংযোগ কেলেংকাৰিত অভিযুক্তক কিয় পি পি ই কীটৰ ঠিকা ?
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পূৰ্বৰ ব্যৱসায়িক সহযোগীক ৪০৮ টকা অধিক দৰত পি পি ই কীটৰ ঠিকা ৷ চাওক কোভিড কালৰ অন এক ক’লা অধ্যায় ৷ চাওক – COVID FILES(PART-2) প্ৰতিবেদন-৩
https://youtu.be/Hm-KNlMOOpQ
ক’ভিডকালীন সময়ত ব্লু ডাৰ্টৰ সমুখত মুখ্যমন্ত্ৰীয়ে তোলা ফটো পাবলিচিটি ষ্টান্তহে আছিল নেকি?
ক'ভিডকালীন সময়ত ব্লু ডাৰ্টৰ সমুখত মুখ্যমন্ত্ৰীয়ে তোলা ফটো পাবলিচিটি ষ্টান্তহে আছিল নেকি?
https://youtu.be/AA9Xh-GbTXk
কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব?
কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য…