কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব?

Share This Article

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ভিত্তিত ৰাইজৰ দলৰ সংবাদমেল৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.