Investigative reporting with dedication.
ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কি চমক দেখুৱাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কি চমক দেখুৱাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?
Investigative reporting with dedication.

ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কি চমক দেখুৱাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী জিলাৰ পৰাই দুজনকৈ বিধায়কক মন্ত্ৰীসভাত…

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে? এনএইছএমৰ বিষয়াক সন্মুখত ৰাখি এটা এটা প্ৰশ্ন সুধিলে অখিল গগৈয়ে৷ অখিল গগৈৰ প্ৰশ্নত কি উত্তৰ দিলে এনএইছএমে? এক প্ৰতিবেদন৷

হিমন্ত বিশ্ব শৰ্মাৰ কথাই সঁচা হ’ব!

সলনি হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভা৷মন্ত্ৰীসভাত অন্তভুক্ত হ’ল দুজন নতুন মন্ত্ৰী৷সমান্তৰালভাবে ৰাজ্য চৰকাৰে কেইবাজনো মন্ত্ৰীৰ দপ্তৰ সলনি আৰু কৰ্তন কৰিছে।সেই অনুসৰি চন্দ্রমোহন পাটোৱাৰীৰ পৰা পৰিবহন বিভাগ কর্তন কৰা হৈছে৷ পৰিমল শুক্লবৈদ্যৰ পৰা কর্তন কৰা হৈছে বন বিভাগ৷তাৰ সলনি চন্দ্ৰমোহন পাটোৱাৰীক বন…

এজন নহয় , দুজন বিধায়ক অন্তৰ্ভুক্ত হ’ব মন্ত্ৰীসভাত ৷ মাজুলীত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ পূৰ্বে কৰা ঘোষণা অনুসৰি , পাহাৰীয়া জিলাৰ পৰা এগৰাকী বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত ৷ চৰ্চাত আছে বিধায়িকা নন্দিতা গাৰ্লোচাৰ নাম…

বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা…

বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে নুপূৰ শৰ্মাক দলৰ পৰা নিলম্বিত…

ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷ অহা আগষ্ট…