Category চৰ্চিত

কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ?

কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ? ভেকচিন গ্ৰহণকাৰীসকলৰ বাবে ই এটা উত্তৰ বিহীন প্ৰশ্ন ৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি ১০ গৰাকী চিকিৎসকে এক সমীক্ষা চলায় কলকাতাৰ পিয়াৰলেছ হাস্পতালত ৷ সমীক্ষাৰ ফলাফল অনুসৰি , দুয়োটা ভেকচিনৰে ফলাফল সমান ৷…

কেনেকৈ ৰাজ কুন্দ্ৰাই প্ৰচাৰ কৰে অশ্লীল চিনেমা ?

ৰাজ কুন্দ্ৰা ৷ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৷ লগতে এগৰাকী সফল ব্যৱসায়ী ৷ আই পি এলতো অংশীদাৰীত্ব আছে ৰাজ কুন্দ্ৰাৰ ৷ সাধাৰণ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি আজি ৰাজ কুন্দ্ৰা আজি এজন আৰৱপতি ৷ কিন্তু ৰাজ কুন্দ্ৰাই টকা ঘটে…

পেগাছাছৰ সহায়ত কৰ্ণাটক চৰকাৰৰ পতন ঘটোৱা হৈছিল নেকি ?

পেগাছাছ নামৰ স্পাইৱেৰটো কিদৰে কাৰোবাৰ মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে , সেয়া দ্য ক্ৰছকাৰেন্টৰ পূৰ্বৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ সেয়া আছিল বিদেশৰ ঘটনা ৷ কিন্তু ভাৰতত পেগাছাছৰ সহায়ত চৰকাৰৰ পতন ঘটোৱাৰ এক বিস্ফোৰক বাতৰি শেহতীয়াকৈ পোহৰলৈ আহিছে ৷…

কি জঘন্য অপৰাধত গ্ৰেপ্তাৰ হ’ল শিল্পা চেট্টীৰ স্বামী ?

বলীউড। নতুন প্ৰজন্মৰ বহুতৰে বলীউডৰ বিগ স্ক্ৰীনত নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন জাগে। বহুতে বলীউডৰ যশস্বী তাৰকাসকলক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই বলীউডৰ নানৰঙী জগতখনৰ প্ৰকৃত ৰঙ কি? বলীউডৰ তাৰকা হোৱাটো কিমান সহজ অথবা কিমান টান? বলীউডৰ নামি দামী নায়ক,…

PEGASUS কেনেদৰে হৈ উঠিব পাৰে মৃত্যুৰ কাৰণ ?

আপোনাৰ ম’বাইল ফোনলৈ কোনো গুৰুত্বপূৰ্ণ বিষয় প্ৰসংগত এটা এছএমএছ বা মেইল আহিল ৷ আপুনি লিংকটো ক্লিক কৰিলে , চালে ,পাহৰিও গ’ল ৷ কিন্তু আপুনি ক’ব নোৱৰাকৈয়ে ম’বাইলটোৱেই নহয়, আপুনি নিজকে দুষ্ট হেকাৰৰ হাতত গতাই দিলে ৷ এই লিংকটোৰ দ্বাৰা পেগাছাছ…

অখিল গগৈৰ প্ৰতি কিমান সহমৰ্মী ডা: নোমল মমিন ? ক’লে অখিলৰ ঘণিষ্ঠ কমলে

সোমবাৰে বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি নিজৰ ভাষণ আগবঢ়াই আছিল ৷ সেই সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ ডা: নোমল মমিন ৷ অখিল গগৈৰ বাবে নিৰ্ধাৰিত সময় আছিল ৪ মিনিট ৷ কিন্তু তেও প্ৰায় ৭ মিনিট…