Category চৰ্চিত

লাভলীনাক পৰাজিত কৰা কোন এই বুছেনাজ ছুৰমেনেলী ?

অলিম্পিকত স্বৰ্ণজয় কৰিব নোৱাৰিলেও টকিঅ’ৰ বুকুত এক সোণালী অধয়ায়ৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ আৰু কৃতিত্বৰ গৰাকী হ’ল লাভলীনা ৷ কেৱল সেয়াই নহয় , অলিম্পিকৰ পদকৰ তালিকাত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয়…

অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ?

অলিম্পিকত আৰু এটা পদক নিশ্চিত হ’ল ভাৰতৰ ৷ ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷ তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷ ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ দীপক…

কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?

মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ’ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷  বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল…

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব , আকৌ ফুলগুৰিৰ ধেৱা হ’ব ৷ – গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয়…

গাঁৱত ঘৰ সাজিলে কিয় দিব লাগিব কৰ , ক’লে ৰঞ্জিত দাসে

গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ বাবেও পঞ্চায়তৰ অনুমতি ল’ব লাগিব আৰু চৰকাৰক কৰ আদায় দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি পুৱাই বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নতুন কৰ…

ছেমিফাইনেলৰ বাবে কেনেদৰে সাজু হৈছে অসম কন্যা লাভলীনা ?    

বক্সিঙৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি  পদক নিশ্চিত কৰাৰ পিছতে অলিম্পিকত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই।টকিঅ’ অলিম্পিকত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলিনা বৰগোহাঁইয়ে বুধবাৰে ছেমিফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ সুৰমেনেলীৰ…

মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ চিঠিত কি লিখিলে যুৱ-ছাত্ৰ পৰিষদে ?

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেহতীয়া অসম- মিজোৰাম সীমা সংঘাত সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় | পত্ৰযোগে যুৱ ছাত্ৰ পৰিষদে অসম আৰু মিজোৰামৰ  সাতামপুৰুষীয়া এনাজৰী অটুট ৰখাৰ আহ্বান জনায় |পত্ৰখনত এইদৰে উল্লেখ কৰা হয় যে…

মিজোৰাম সীমান্তলৈ যোৱা আছুৰ দলক বাধা কিয় আৰক্ষীৰ ?

অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বুজ লোৱাৰ লগতে মৃত্যুবৰণ কৰা আৰক্ষী জোৱানৰ পৰিয়ালবৰ্গক সাক্ষাৎ আৰু আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যৰে শিলচৰত বাহৰ পাতি আছে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল। ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ…

বিভাজিত বিৰোধীয়ে বিজেপিৰ বিজয় মসৃণ কৰিছে নেকি ?

উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী…

টকিঅ’ অলিম্পিক : মহিলা হকীত নতুন ইতিহাস

মহিলা হকীত সৃষ্টি হ’ল নতুন ইতিহাস৷ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে ৷ আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে গুৰজিৎ কৌৰে ৷…