সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

চৰ্চিত

সমাজবাদী পাৰ্টীৰ প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যৰ বিজেপিত যোগদান

উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট এতিয়া প্ৰতি মূহুর্তত সলনি হৈছে। শাসনাধিস্থ বিজেপি দলৰ পৰা ৩ জন মন্ত্রী আৰু ১০ জন বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা পাছতেই সমগ্র দেশতেই চৰ্চা লাভ কৰিছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। কিন্তু বুধবাৰে সমাজবাদী…

অৰুণাচলৰ যুৱকক অপহৰণ কৰিলে চীনৰ সেনাই : প্ৰধানমন্ত্ৰী নীৰৱ কিয় ?

অৰুণাচল প্ৰদেশৰ এজন ১৭ বছৰীয়া যুৱকক চীনা সেনাই অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ এই অভিযোগ কৰিছে খোদ অৰুণাচলৰ বিজেপি সাংসদ তাপিত গাৱে ৷ মিৰাম তাৰোণ নামৰ যুৱকজনক চীনা সেনাই অপহৰণ কৰা বুলি তাপিৰ গাৱে টুইটযোগে সদৰী কৰিছে ৷ পিটিআইৰ বাতৰি অনুসৰি…

বিজেপিত যোগদান অখিলেশ যাদৱৰ ভাইবোৱাৰীৰ

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ…

CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন

বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন। বিগত মাহৰ ৮ ডিচেম্বৰত দেশৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ৰাৱাটৰ পত্নীসহ ১২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।…

ধৰ্ম সংসদত ধৰ্ম প্ৰচাৰকক আৰক্ষীৰ জেৰা….

উত্তৰাখণ্ডৰ হৰিদ্বাৰত হিন্দু ধৰ্ম সংসদত ভাগ লৈ মুছলমানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ কোৱা ৱাছিম ৰিজভি এতিয়া ৰঙা ঘৰৰ আলহী। ধৰ্ম সংসদত মুছলমান বিৰুদ্ধী মন্তব্য আগবঢ়াই দেশৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চাত আছিল ৱাছিম ৰিজভি, য়তি নৰসিংহানন্দ আৰু…

মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ  দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন…

বিজেপি শিবিৰত ধুমুহা : আৰু এজন বিধায়কৰ দলত্যাগ

উত্তৰ প্ৰদেশবিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে ৷ দুজন কেবিনেট মন্ত্ৰী, তিনিজন বিধায়কে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আৰু এজন বিধায়কে পদত্যাগৰ কথা ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে শিকোহাবাদৰ বিধায়ক…

ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য

ন-ন আৱিষ্কাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত চৰ্চাত থাকে চীন। এইবাৰ ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য। আচল সূৰ্যতকৈ ৫ গুণ শক্তিশালী কৃত্রিম সূৰ্যৰ তাপমাত্রা  ৭০ নিযুত ডিগ্রী ছেলছিয়াছ। উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়ৰলৈকে তাপমাত্ৰা ধৰি…

মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

আমেৰিকাৰ এখন চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা হয়। সোমবাৰে এই…

হৰিদ্বাৰৰ মুছলমান বিদ্বেষী ঘটনাৰ বিৰুদ্ধে হব তদন্ত

আজি উচ্চতম ন্যায়ালয়ে হৰিদ্বাৰ আৰু দিল্লীত ১৭ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা দুটা অনুষ্ঠানত আপত্তিজনক ভাষণ প্ৰদান কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে । দিল্লীৰ বাসিন্দা কোৰবান আলি আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাসে দাখিল…