Investigative reporting with dedication.
মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন মন্ত্ৰী, বিধায়কে বিজেপি দলৰ পৰা পদত্যাগ কৰে। কিছু মুহূৰ্তৰ আগত মন্ত্ৰী ধৰম সিং চৈনীয়ে ত্যাগ কৰিলে বিজেপি দল।





