ধৰ্ম সংসদত ধৰ্ম প্ৰচাৰকক আৰক্ষীৰ জেৰা….

Share This Article

উত্তৰাখণ্ডৰ হৰিদ্বাৰত হিন্দু ধৰ্ম সংসদত ভাগ লৈ মুছলমানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ কোৱা ৱাছিম ৰিজভি এতিয়া ৰঙা ঘৰৰ আলহী। ধৰ্ম সংসদত মুছলমান বিৰুদ্ধী মন্তব্য আগবঢ়াই দেশৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চাত আছিল ৱাছিম ৰিজভি, য়তি নৰসিংহানন্দ আৰু চদবি অৰ্ণপূৰ্ণা। মুছলমান বিৰুদ্ধে মন্তব্য আগবঢ়োৱা বাবে গোচৰ ৰুজু হোৱা পিছতো গ্ৰেপ্তাৰ হোৱা নাছিল এওঁলোক। অৱশেষত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া লগে লগে গ্ৰেপ্তাৰ হল ৱাছিম ৰিজভি। য়তি নৰসিংহানন্দক আৰক্ষীয়ে কৰিলে মাৰাথান জেৰা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.