সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

এয়াই ভাতৃ প্ৰেম !

আজি বিশ্ব প্ৰতিবন্ধী দিৱস৷ প্ৰতিগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক উৎসাহ-উদ্দীপনা প্ৰদান কৰাৰ উদ্দেশ্যৰেই ১৯৯২ চনৰ পৰাই সমগ্ৰ বিশ্বজুৰি উদযাপন কৰি অহা হৈছে এই দিৱস । কিন্তু আজি এই প্ৰতিবন্ধী দিৱসৰ দিনটোতেই আমি পোহৰলৈ আহিছে নগাঁৱৰ এক কৰুণ কাহিনী…

এটা সপ্তাহতেই ফাটিল লাচিত প্ৰেম !

নিজৰ কীৰ্তি জাহিৰ কৰিবলৈহে দিল্লীত লাচিত দিৱস?আহোম বীৰৰ কীৰ্তিত গদগদ চৰকাৰে এসপ্তাহ পিছতে পাহৰিলে প্ৰতিষ্ঠাতা চুকাফাক৷বৰ অসমৰ প্ৰতিষ্ঠাতা চুকাফাৰ মৈদামৰ অৱস্থা তথৈৱচ।বনে -জংঘলে আগুৰি থকা মৈদামটোত চলিছে বেদখল।অসমৰ পৰা শ-শ মানুহ নি দিল্লীত…

আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান

নগাঁৱৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান।নিশা নগাঁও চহৰৰ জ্যোতিনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগল আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কুণ্ডু।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ…

সেৱাৰ দিন গ’ল,খেদাৰ দিন আহিল হাতীক !

নিশা হ'লেই এতিয়া নগাঁৱৰ বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী  বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে । নিশা কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হয় ননৈ শ'লমাৰী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ।…

কুম্ভকৰ্ণ নিদ্ৰাত হাইলাকান্দি বন বিভাগ

হাইলাকান্দি বন বিভাগে জব্দ কৰিলে তিনি খন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক।হাইলাকান্দিৰ জিলাৰ ৰতনপুৰৰ পৰা জব্দ কৰিলে এই তিনি খন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক । হাইালাকান্দিত দিনে নিশাই চলি আছে অবৈধ বালিৰ ছিণ্ডিকেট ৷ কিন্তু এই ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ…

চোৰাং বেপাৰীৰ দপদপনি পৰ্বতঝোৰাত

ধুবুৰী জিলাৰ পৰ্বতঝোৰা বনাঞ্চলত চলিছে চোৰাং কাঠ বেপাৰীৰ ৰাজত্ব । ফুল কুমলীয়া শাল গছ কাটি বংগ লৈ সৰবৰাহ কৰে এই চোৰাংবেপাৰীবোৰে৷ বন সুৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বন বিভাগটো ।বনজ সম্পদ আৰু বন্য প্ৰাণী সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে…

ডিফুত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

ডিফু চহৰস্থিত ডিফু ক্লাৱত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে আৰু কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি…

মণিপুৰত উজলিল বৰভাগৰ উশ্বু খেলুৱৈ দীপামণি কলিতা

ৰাজ্যলৈ সুনাম কঢ়িয়ালে বৰভাগৰ যুৱতীয়ে।উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত উশ্বু খেলত ৰূপৰ পদকেৰে উজলিল নলবাৰী বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতা।আৰ্থিক দীনতাত পীড়িত দীপামণিক উৎসাহ যোগাবলৈ সময় নাই স্থানীয় বিধায়ক কিম্বা ক্ৰীড়া বিভাগৰ।টকা সুদত লৈ…

ৰিয়ানৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি পৰিবনে ?

●জীতেন গগৈ বিজয় হাজাৰে ট্ৰফীত ১২৩ ষ্ট্ৰাইক-ৰেটেৰে অসমৰ ৰিয়ান পৰাগৰ ৫৫২ ৰান !দুটাকৈ শতৰান আৰু অৰ্দ্ধ শতৰান !৯ টা ইনিংছত ৩০ টা ছয় আৰু ৩৭ টা চাৰি !নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিব নে ?মহাৰাষ্ট্ৰৰ বিৰুদ্ধে আহমেদাবাদত চলি থকা বিজয় হাজাৰে ট্ৰফীৰ…

বিজেপি -আপৰ প্ৰতি ক্ষোভ ৰিপুণ বৰাৰ

বিশ্বনাথত তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে।ৰাজনৈতিক উদ্দেশ্যতহে বিজেপিয়ে লাচিত বৰফুকনক চিনি পালে।লাচিত বৰফুকনক তেওঁলোকে হিন্দু বীৰ সজালে।বিজেপিয়ে…