Browsing Category
ৰাজনীতি
মহিলা বিধায়ক কিয় নাই নাগালেণ্ডত?
নাগালেণ্ড ৰাজ্য গঠন হোৱা ৬০ টা বছৰ সম্পূৰ্ণ হ’ল৷১৯৬৩ চনতে নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল।কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্যখনত এতিয়ালৈকে এগৰাকীও মহিলা বিধায়ক নাই।২০১৯ চনৰ তথ্য অনুসৰি নাগালেণ্ডত মুঠ ভোটাৰ আছে ১৩ লাখ ১৭ হাজাৰৰো অধিক৷…
ক্ৰমাৎ শান্ত হোৱাৰ দিশে সূৰ্যোদয়ৰ দেশ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহাৰ কথা।অৰুণাচলে ৰাজ্যৰ মৰ্যাদা লাভ কৰা ৩৭ টা বৰ্ষ সম্পূৰ্ণ কৰিলে সোমবাৰে।সেই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথা।ৰাষ্ট্ৰপতি…
ৰাহুল গান্ধীৰ যুক্তিপূৰ্ণ উত্তৰ,মুখা খুলিল বিজেপিৰ
বিগত সপ্তাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী-আদানি সম্পৰ্কত কৰা মন্তব্যৰ সমৰ্থনত সম্পূৰ্ণ যুক্তি দিলে লোকসভাৰ সচিবালয়ক।লোকসভাত অসাংবিধানিক শব্দ ব্যৱহাৰ কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ বিশেষাধিকাৰ ভংগৰ জাননী পঠিওৱা…
ক’ব লাগে কাৰণেই কয় নেকি বিজেপিয়ে?
বিজেপিয়ে কেতিয়াও দ্বিতীয় আৰু তৃতীয় প্ৰজন্মক লৈ ৰাজনীতি নকৰে।বিজেপিয়ে কেতিয়াও ইয়াৰ নেতাক দ্বিতীয় অথবা তৃতীয় প্ৰজন্মক সভাপতি অথবা ক্ষমতা কেন্দ্ৰীভূত কৰিবলৈ নিদিয়ে।এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ' বিজেপি…
অসমলৈ আহিব কেজৰিৱাল
আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শীঘ্ৰেই আহিব অসমলৈ।আপৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীৰ নেতৃত্বত এটা দলে অলপতে মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাৎ কৰি অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ…
বিজেপিৰ দলপতি হ’লগৈ অসমৰ ৰাজ্যপাল
দেশৰ মুঠ ১৩ গৰাকী ৰাজ্যপালৰ সালসলনি।ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক নিৰ্দেশনাৰ জৰিয়তে দেওবাৰে মুঠ ১৩খন ৰাজ্যত নতুনকৈ ৰাজ্যপাল নিযুক্তিৰ লগতে সালসলনি কৰা হয়।দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰো ৰাজ্যপাল সলনিত অনুমোদন জনাই ৰাষ্ট্ৰপতিয়ে৷অসমৰ ৰাজ্যপাল হিচাপে…
হাইৱেৰ বিনিময়ত ভোট লাগিব বিজেপিক !
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত নিৰ্বাচন অনুষ্ঠিত হ’ব।তাৰ আগে আগে দিল্লী -মুম্বাই এক্সপ্ৰেছ ৱে উদ্বোধন কৰি এক নিৰ্বাচনী টোপ দিব খুজিছে কেন্দ্ৰীয় চৰকাৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দিল্লী-মুম্বাই এক্সপ্ৰেছ হাইৱেৰ শুভাৰম্ভ কৰাৰ…
ফ্লপ হ’ল নেকি ‘যাত্ৰা’?
ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত জোড়ো' যাত্ৰাৰ বিগত ২৯ জানুৱাৰীত অন্ত পৰিল কাশ্মীৰত।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হৈছিল এই ভাৰত জোড়ো যাত্ৰাৰ।'ভাৰত জোড়ো’ৰ পিছত কংগ্ৰেছে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে 'হাত চে হাত জোড়ো যাত্ৰা'।'ভাৰত…
চাহৰ দৰে বিক্ৰী কৰিছে দেশ !
চাহৰ দৰে বিক্ৰী কৰিছে দেশ !
'এসময়ত বিক্ৰী কৰিছিল চাহ'
'চাহ বিক্ৰী যোগাৰ কৰিছিল ভাত' 'অভ্যাসটো থাকি গ’ল'
'এতিয়া বিক্ৰী কৰিছে PSU' এইয়া আমাৰ মন্তব্য নহয়,এই মন্তব্য এগৰাকী মন্ত্ৰীৰ।এনেদৰে কঠোৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…