শ্ৰেণী ৰাজনীতি

বিজেপিত মোক্ষম আঘাত

মহাৰাষ্ট্ৰত বিজেপিৰ মুখ থেকেচা ।বিজেপি-শিৱসেনা শিবিৰত মোক্ষম আঘাত।১০ হাজাৰ ভোটত হাৰিল বিজেপি প্ৰাৰ্থী।মহাৰাষ্ট্ৰৰ কাচবা সমষ্টিত হাৰিল বিজেপি।কংগ্ৰেছ প্ৰাৰ্থী ৰবিন্দৰ ধানগেকাৰৰ জয়লাভ।ৰবিন্দৰে পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী হেমন্ত ৰাচানেক।কাচবা সমষ্টিৰ উপ নিৰ্বাচন আছিল বিজেপি আৰু সিন্দেৰ বাবে এক সন্মানৰ যুঁজ।বিজেপিৰ প্ৰায় সকলো…

শৰ্মা-চাংমাৰ বৈঠক !কিহৰ ইংগিত এইয়া

২মাৰ্চত মেঘালয়,নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ভোট গণনা অনুষ্ঠিত হ’ব।ইতিমধ্যে ৰাজ্য কেইখনত ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।কিন্তু বৃহস্পতিবাৰৰ ভোট গণনাৰ আগদিনা অৰ্থাৎ বুধবাৰে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰী একেলগে এক বৈঠকত বহিল।এই বৈঠকে বহন কৰিছে বিশেষ তাৎপৰ্য।উল্লেখ্য যে বিভিন্ন প্ৰতিষ্ঠানে চলোৱা…

অতীত হ’ব থাকৰে !

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ দাবী যে খুব সোনকালেই উদ্ধৱ থাকৰেৰ লগত থকা সকলে যোগ দিব সিন্দে শিবিৰত।নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম আৰু প্ৰতীকৰ কৰ্তৃত্ব সিন্দে পন্থীক অৰ্পণ কৰাৰ পিছত এইবাৰ শিৱসেনাক লৈ আশাবাদী হৈ পৰিছে সিন্দে।১৯৬৬ চনতে বালাচাহেব থাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ…

উচ্চতম ন্যায়ালয়লৈ ছিছ’ডিয়া

দিল্লীৰ সুৰা নীতি সন্দৰ্ভত মণীষ ছিছ’ডিয়াক দেওবাৰে গ্ৰেপ্তাৰ কৰে CBI এ।মঙলবাৰে এই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ অধিবক্তা উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা।গোচৰটোৰ এক জৰুৰী শুনানিৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ওচৰত আৱেদন জনাইছে ছিছ’ডিয়াৰ অধিবক্তাই।দিল্লীৰ এক বিশেষ…

‘২৪ ত কি ভূমিকা হ’ব কংগ্ৰেছৰ?

আগন্তুক লোকসভা নিৰ্বাচনক লৈ যথেষ্ট চিন্তিত হৈছে কংগ্ৰেছ দল।কংগ্ৰেছ নেতৃত্বৰ শংকা দিনক দিনে বৃদ্ধি পাইছে !বিৰোধী দল সমূহক একত্ৰিত কৰাত সফল হ’ব নে বিগ ব্ৰাদাৰ কংগ্ৰেছ?ইফালে চলিত বৰ্ষতেই আছে মুঠ ৬ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন।অলপতে অনুষ্ঠিত ৰায়পুৰ অধিৱেশনত কংগ্ৰেছৰ শীৰ্ষ…

এইবাৰ সিন্দেক লাগে শিৱসেনাৰ সম্পত্তি

নাম-প্ৰতীকৰ পিছত এইবাৰ সিন্দে পন্থীৰ লক্ষ্য ১৯১ কোটিৰ সম্পত্তি৷কাৰ ওচৰত থাকিব শিৱসেনাৰ ৩৬২ টা কাৰ্যালয়?উদ্ধৱ ফৈদৰ সাংসদ-বিধায়কৰ ওপৰতো চকু একনাথ সিন্দেৰ।নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম, চিহ্ন একনাথ সিন্দে ফৈদক গটোৱাৰ পিছত এইবাৰ একনাথ সিন্দে ফৈদৰ লক্ষ্য হৈ পৰিছে শিৱসেনাৰ ওচৰত থকা…

মিছাৰেই আৰম্ভ কৰি মিছাৰেই শেষ নেকি প্ৰধানমন্ত্ৰীৰ ভাষণ?

২০১৮ চনৰ পৰা নগা শান্তি চুক্তিৰ জৰিয়তে নাগালেণ্ডলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ এইবাৰো নিৰ্বাচনী প্ৰতিশ্ৰুতি নাগালেণ্ডত শান্তি স্থাপন কৰা।বিগত ৫ টা বছৰে শান্তি চুক্তিত সন্নিবিষ্ট বিষয় সমূহ ৰাজহুৱা কৰাত ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰে এইবাৰো নাগালেণ্ডত যেন পুৰণি বটলত…

একে ৰাতিতে ঝাড়ু এৰি হাতত ল’লে পদুম

দিল্লী চিভিক চেণ্টাৰ হ’লগৈ ৰণক্ষেত্ৰ৷আপ আৰু বিজেপিৰ সদস্যৰ মাজত হতাহতি,গতিয়া গতি লগাৰ পিছত এগৰাকী আপৰ কাউঞ্চিলৰে যোগদান কৰিলে বিজেপিত।আপৰ দিল্লীৰ কাউঞ্চিলৰ পৱন চেৰাৱাটে আপ এৰি যোগদান কৰে বিজেপিত।বিগত বুধবাৰে দিল্লীৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ পিছত বিজেপিৰ সদস্য সকলৰ মাজত লাগিছে হাহাকাৰ।উল্লেখ্য…

প্ৰথমবাৰৰ বাবে বিৰোধী দলপতিৰ আসন উকা

বিগত ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত গুজৰাটত বাৰুকৈয়ে মুখথেকেঁচা খালে প্ৰধান বিৰোধী দল কংগ্ৰেছে।১৮২ খন আসন থকা বিধানসভাত মাত্ৰ ১৭ খন আসন লাভ কৰিলে কংগ্ৰেছ দলে।বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ অতি কমেও ১০% বিধায়ক থাকিব লাগে দলটোত।কিন্তু আশ্চৰ্যজনকভাৱে এসময়ত শাসনত…

গৰুৰ বাবেই বিপদত বিজেপি !

বিজেপিয়ে মেঘালয়ত এইবাৰ জয়লাভ কৰাটো নিশ্চিত।এই দাবী মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাৰৱীৰ।মাৰৱীয়ে কয় ‘ বিজেপি কেতিয়াও খ্ৰীষ্টানবিৰোধী নহয়।মেঘালয় আৰু গোৱাই ইয়াৰ উৎকৃষ্ট উদাহৰণ।মই নিজে এগৰাকী খ্ৰীষ্টান ব্যক্তি।কিন্তু মোকতো কোনোদিনে বিজেপিয়ে গীৰ্জাত নাযাবলৈ কোৱা নাই।’উল্লেখ্য যে বিগত নিৰ্বাচনত এনপিপিৰ লগত জোঁটবন্ধন…