শ্ৰেণী ৰাজনীতি

চাহৰ দৰে বিক্ৰী কৰিছে দেশ !

চাহৰ দৰে বিক্ৰী কৰিছে দেশ ! ‘এসময়ত বিক্ৰী কৰিছিল চাহ’ ‘চাহ বিক্ৰী যোগাৰ কৰিছিল ভাত’ ‘অভ্যাসটো থাকি গ’ল’ ‘এতিয়া বিক্ৰী কৰিছে PSU’ এইয়া আমাৰ মন্তব্য নহয়,এই মন্তব্য এগৰাকী মন্ত্ৰীৰ।এনেদৰে কঠোৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।তেলেংগানাৰ শ্ৰম মন্ত্ৰী চি এইছ মল্ল…

মাৰাত্মক ভুল অশোক গেহলটৰ !কিন্তু কি এই ভুল?

শুকুৰবাৰে পুৱাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সংঘটিত কৰিলে এক অদ্ভুত কাণ্ড।উল্লেখ্য যে শুকুৰবাৰে আছিল ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশন !অধিৱেশনত উত্থাপন কৰাৰ কথা আছিল চৰকাৰৰ বাজেট।মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ৭ মিনিট সময় বিগত বৰ্ষৰ বাজেটখন পঢ়ি গ’ল।গেহলটৰ এই ভুল তৰকিবই নোৱাৰিলে…

ভয়ংকৰ মুদ্ৰাস্ফীতি, মূৰ্তি নিৰ্মাণত পৰা নাই যতি !

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মূৰ্তি নিৰ্মাণৰ যেন চলিছে এক অবাধ প্ৰতিযোগিতা।গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সুউচ্চ মূৰ্তিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত নিৰ্মাণ হৈছে বিভিন্ন মূৰ্তি।এইবাৰ ৰামৰ ভাতৃ লক্ষ্মণৰ মূৰ্তি উদ্বোধন হ’ল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰৰ কাষত।বৃহস্পতিবাৰে…

পুনৰ ন্যায়ালয়ৰ কাঠগড়াত অখিল গগৈ

আকৌ বিচাৰ চলিব অখিল গগৈৰ বিৰুদ্ধে।নিয়াৰ আদালতত চলিব গোচৰ।কা বিৰোধী আন্দোলনৰ সময়ত চলিছিল গোচৰ ।নিয়াৰ আদালতে খাৰিজ কৰিছিল গোচৰ ।নিয়া দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ ।উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান নিয়াৰ আদালতত চলিব গোচৰ ২৩ ফেব্ৰুৱাৰীত জামিন আবেদন কৰিব লাগিব অখিল গগৈয়ে…

প্ৰধানমন্ত্ৰীক সমালোচনা,ব্যৱস্থা গ্ৰহণৰ দাবী বিজেপিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানিৰ সম্পৰ্কক লৈ মঙলবাৰে মুকলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে সদনত প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈ যথেষ্ট সৰৱ হৈছিল আৰু আদানিয়ে কেৱল ভাৰততে নহয়,বিশ্বৰ বিভিন্ন দেশত কাম পোৱাৰ ক্ষেত্ৰত চুপাৰিছ দিছিল…

আদানিৰ বিৰুদ্ধে নীৰৱ মমতা বেনাৰ্জী কিন্তু কিয়?

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰিছে গৌতম আদানিৰ সাম্ৰাজ্য।সনাপোটোকা হৈছে প্ৰধানমন্ত্ৰী মোডী আৰু গৌতম আদানিৰ নাম।বিৰোধী দলবোৰে যুটীয়া সংসদীয় সমিতিৰ জৰিয়তে বিষয়টোৰ তদন্ত দাবী কৰিছে।প্ৰায়সংখ্যক বিৰোধী দলেই আদানিৰ বিষয়টো সম্পৰ্কত একমত পোষণ কৰিছে যদিও এক দূৰত্ব বৰ্তাই ৰাখিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল…

মেয়ৰ লাগে,ন্যায়াল য়লৈ আপ

দিল্লীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱা দুটা মাহ পাৰ হ’ল।নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আম আদমি পাৰ্টিয়ে।কিন্তু ৩ বাৰ চেষ্টা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব পৰা নাই আপ দলে।উল্লেখযোগ্য যে সোমবাৰে তৃতীয়বাৰৰ বাবে মেয়ৰ নিৰ্বাচনৰ যোজা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব নোৱাৰিলে দলটোৱে।ইয়াৰ…

তিপ্ৰা’ক B টীম আখ্যা গৃহমন্ত্ৰীৰ

নৱগঠিত আঞ্চলিক দল তিপ্ৰা মঠাৰ নেতা প্ৰদ্যুত কিশোৰ দেৱবৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰে।সোমবাৰে ত্ৰিপুৰাত এক নিৰ্বাচনী সভাত অংশ লৈ দেৱবৰ্মাই কয় ” মই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে মাণিক্যই কেতিয়াও কাৰো ওচৰত…

M power এ ভেটিব পাৰিব নে NPP ক ?

মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰে বিজেপিয়ে।ৰাজ্যখনৰ মুুঠ ৬০ টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব৷আনহাতে,নাগালেণ্ডত ৬০ খন আসনৰ ২০ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব বিজেপিয়ে।বাকী সমষ্টিবোৰৰ বাবে নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ লগত নিৰ্বাচনী বুজাবুজি কৰিছে বিজেপিয়ে।বিজেপিৰ মেঘালয়ৰ…

‘বাজেটখন দেশৰ বাবে নহয়,দলৰ বাবেহে’

অমৃত কালৰ প্ৰথমখন বাজেট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসেনা নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে।বুধবাৰে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি কয় যে মহাৰাষ্ট্ৰই এই বাজেটত একোৱেই নাপালে৷তাৰ বিপৰীতে গুজৰাট আৰু কৰ্ণাটকে লাভ কৰিলে যথেষ্ট।’প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় ‘উপহাৰৰ মহানগৰী হিচাপে খ্যাত চুৰাট…