শ্ৰেণী ৰাজনীতি

মমতাৰ মোহিনীয়ে কামত দিবনে মেঘালয়ত?

মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপি,NPP,কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত অলপো ত্ৰুটি কৰা নাই।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত মেঘালয়ত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ স্থিতি সবল।প্ৰাক্তন মু্খ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে দলটোৰ…

মহিলা বিধায়ক কিয় নাই নাগালেণ্ডত?

নাগালেণ্ড ৰাজ্য গঠন হোৱা ৬০ টা বছৰ সম্পূৰ্ণ হ’ল৷১৯৬৩ চনতে নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল।কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্যখনত এতিয়ালৈকে এগৰাকীও মহিলা বিধায়ক নাই।২০১৯ চনৰ তথ্য অনুসৰি নাগালেণ্ডত মুঠ ভোটাৰ আছে ১৩ লাখ ১৭ হাজাৰৰো অধিক৷ নাগালেণ্ডত মুঠ ৪৯.৭৯% পঞ্জীয়নভুক্ত মহিলা ভোটাৰ…

ক্ৰমাৎ শান্ত হোৱাৰ দিশে সূৰ্যোদয়ৰ দেশ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহাৰ কথা।অৰুণাচলে ৰাজ্যৰ মৰ্যাদা লাভ কৰা ৩৭ টা বৰ্ষ সম্পূৰ্ণ কৰিলে সোমবাৰে।সেই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথা।ৰাষ্ট্ৰপতি গৰাকীয়ে ডলী পল’ বিমান বন্দৰ আৰু নাহৰলগুণ ৰে’ল ষ্টেশ্যনৰ মাজত ৪০…

ৰাহুল গান্ধীৰ যুক্তিপূৰ্ণ উত্তৰ,মুখা খুলিল বিজেপিৰ

বিগত সপ্তাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী-আদানি সম্পৰ্কত কৰা মন্তব্যৰ সমৰ্থনত সম্পূৰ্ণ যুক্তি দিলে লোকসভাৰ সচিবালয়ক।লোকসভাত অসাংবিধানিক শব্দ ব্যৱহাৰ কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ বিশেষাধিকাৰ ভংগৰ জাননী পঠিওৱা হৈছিল।ৰাহুল গান্ধীয়ে এই সম্পৰ্কত তেওঁ কৰা মন্তব্যবোৰৰ সমৰ্থনত বিভিন্ন আইনী…

কাইলৈ ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ।শেহতীয়াহৈ দেখা পোৱা গৈছে যে এইবাৰ বিজেপিৰ বাবে সহজ নহ’ব ত্ৰিপুৰা বিজয়। কিয়নো কংগ্ৰেছ-বাওঁমৰ্চাৰ মিত্ৰতাই সম্পূৰ্ণৰূপে সলাই পেলাইছে ত্ৰিপুৰাৰ ৰাজনৈতিক বতাহ।ইয়াৰ লগতে নতুনকৈ গঠিত তিপ্ৰা মঠাই…

ক’ব লাগে কাৰণেই কয় নেকি বিজেপিয়ে?

বিজেপিয়ে কেতিয়াও দ্বিতীয় আৰু তৃতীয় প্ৰজন্মক লৈ ৰাজনীতি নকৰে।বিজেপিয়ে কেতিয়াও ইয়াৰ নেতাক দ্বিতীয় অথবা তৃতীয় প্ৰজন্মক সভাপতি অথবা ক্ষমতা কেন্দ্ৰীভূত কৰিবলৈ নিদিয়ে।এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ‘ বিজেপি কেতিয়াও আন বংশানুক্ৰমিক দলৰ লগত নিমিলে। এইটো কেনেধৰণৰ…

অসমলৈ আহিব কেজৰিৱাল

আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শীঘ্ৰেই আহিব অসমলৈ।আপৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীৰ নেতৃত্বত এটা দলে অলপতে মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাৎ কৰি অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসম ভ্ৰমণলৈ অহা নাই৷আপৰ জন্মৰ আগতে অৱশ্যে তেতিয়াৰ…

বিজেপিৰ দলপতি হ’লগৈ অসমৰ ৰাজ্যপাল

দেশৰ মুঠ ১৩ গৰাকী ৰাজ্যপালৰ সালসলনি।ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক নিৰ্দেশনাৰ জৰিয়তে দেওবাৰে মুঠ ১৩খন ৰাজ্যত নতুনকৈ ৰাজ্যপাল নিযুক্তিৰ লগতে সালসলনি কৰা হয়।দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰো ৰাজ্যপাল সলনিত অনুমোদন জনাই ৰাষ্ট্ৰপতিয়ে৷অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে ৰাজস্থানৰ বিজেপি দলৰ নেতা গুলাব…

হাইৱেৰ বিনিময়ত ভোট লাগিব বিজেপিক !

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত নিৰ্বাচন অনুষ্ঠিত হ’ব।তাৰ আগে আগে দিল্লী -মুম্বাই এক্সপ্ৰেছ ৱে উদ্বোধন কৰি এক নিৰ্বাচনী টোপ দিব খুজিছে কেন্দ্ৰীয় চৰকাৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দিল্লী-মুম্বাই এক্সপ্ৰেছ হাইৱেৰ শুভাৰম্ভ কৰাৰ কথা।এই হাইৱে নিৰ্মাণৰ ফলত দিল্লী-মুম্বাইৰ মাজৰ দূৰত্ব বহু পৰিমাণে…

ফ্লপ হ’ল নেকি ‘যাত্ৰা’?

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাৰ বিগত ২৯ জানুৱাৰীত অন্ত পৰিল কাশ্মীৰত।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হৈছিল এই ভাৰত জোড়ো যাত্ৰাৰ।’ভাৰত জোড়ো’ৰ পিছত কংগ্ৰেছে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে ‘হাত চে হাত জোড়ো যাত্ৰা’।’ভাৰত জোড়ো’ৰ পিছত ‘হাত চে হাত…