Investigative reporting with dedication.
জুইৰ লগত খেলিছে বিজেপিয়ে?

তেলেংগানাৰ মন্ত্ৰী কে টি ৰামাৰাও বৃহস্পতিবাৰৰ দিনটোত আক্ৰমণাত্মক হৈ পৰে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত একো মন্তব্য নিদিয়াৰ বিষয়টো উল্লেখ কৰি কয় যে গৌতম আদানি হ’ল মোডীৰ প্ৰক্সি !সেয়ে তেওঁ সুৰক্ষা দিছে আদানিক।’মোডীক…










