Investigative reporting with dedication.
কিয় প্ৰবাসীক গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে?

প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন হৈছে ইন্দোৰত।৯ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে এই দিৱসৰ কাৰ্যসূচী৷মধ্য প্ৰদেশৰ ইন্দোৰত উদযাপন হৈছে ১৭ তম প্ৰবাসী ভাৰতীয় দিৱস৷দেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,বৈদেশিক মন্ত্ৰী আৰু কেইবাজনো কেবিনেট মন্ত্ৰীয়ে ইয়াত অংশ লোৱাৰ কথা। প্ৰতি বছৰে ৯ জানুৱাৰীত প্ৰৱাসী ভাৰতীয়…










