শ্ৰেণী ৰাজনীতি

প্ৰেম বিলোৱাই বিৰোধীৰ লক্ষ্য

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অখিলেশ যাদৱেই হওক বা মায়াৱতীয়েই হওক সকলোৱে দেশত প্ৰেমেই বিলাব খুজিছে৷সকলোৰে স্থিতি ঘৃণাৰ বিৰুদ্ধেই৷কেৱল বিজেপিয়েহে ঘৃণা বিয়পাই আহিছে।কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় “ ঘৃণা আৰু প্ৰেম দুয়োটাই বিপৰীত৷কিন্তু গৰিষ্ঠসংখ্যকেই প্ৰেমেই বিলাব বিচাৰে৷মই জানো যে অখিলেশজী…

প্ৰেম বিলোৱাই বিৰোধীৰ লক্ষ্য

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অখিলেশ যাদৱেই হওক বা মায়াৱতীয়েই হওক সকলোৱে দেশত প্ৰেমেই বিলাব খুজিছে৷সকলোৰে স্থিতি ঘৃণাৰ বিৰুদ্ধেই৷কেৱল বিজেপিয়েহে ঘৃণা বিয়পাই আহিছে।কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় “ ঘৃণা আৰু প্ৰেম দুয়োটাই বিপৰীত৷কিন্তু গৰিষ্ঠসংখ্যকেই প্ৰেমেই বিলাব বিচাৰে৷মই জানো যে অখিলেশজী…

কাম নকৰিলেও বিজেপিক ভোট লাগিবই !

ত্ৰিপুৰাত শাসক দল বিজেপিয়ে ইমানেই জনহিতৈষী কাম কৰিলে , এতিয়া সমাৱেশ আৰু সভা পাতিহে জনতাক তাৰ খতিয়ান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এশএবুৰি সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰাবাসীৰ সমস্যা সমাধানৰ পৰিবৰ্তে দল তথা চৰকাৰখন অধিক সময় ব্যস্ত থাকিল ক্ষমতাৰ খোৱা কামোৰ।ত৷বিপ্লৱ দেৱক মুখ্যমন্ত্ৰীত্বৰ পৰা…

৪১৪ ৰ পৰা ৫২ -এক বিৰতিহীন ইতিহাস কংগ্ৰেছৰ

আজি দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে পালন কৰিলে ইয়াৰ ১৩৮ বছৰীয়া প্ৰতিষ্ঠা দিৱস।নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই কয় “ আজি ভাৰতে উন্নয়নৰ মুখ দেখিছে কাৰণ কংগ্ৰেছে দলিত-দৰিদ্ৰ সকলোৰে উন্নতি বিচাৰিছিল-গণতন্ত্ৰক শক্তিশালী…

‘ভাৰত জোড়ো’ত হোৱাটচএপ ত্ৰাস !

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ মূৰৰ কামোৰণিৰ অন্ত পৰা নাই বিজেপিৰ।বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাত বিঘিনি ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে বিজেপিয়ে।চলচ্চিত্ৰৰ গীতৰ পৰা আৰম্ভ কৰি চাভাৰকাৰলৈকে নানানটা বিতৰ্কত সাঙোৰ খুৱাব বিচাৰিছিল ৰাহুল গান্ধীক ৷তথাপিও ৰুদ্ধ নহ’ল…

দিল্লীত ‘প্ৰেমৰ দোকান’ !

বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত প্ৰৱেশ কৰে।আজি পুৱা দিল্লীত প্ৰৱেশ কৰা যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ,পৱন খেৰা,ভূপিন্দৰ সিং হুদা,কুমাৰী চেলেজা,ৰণদীপ সূৰ্যেৱালা আদিয়ে।কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী,দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা…

নিজে খুঁটি পুতি নিজেই উজুতি খালে বিজেপিয়ে

চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত সষ্টম হৈ পৰিছে।লগে লগে লোককে দেখুৱাই ৰাজস্থান বিজেপিয়ে ৰাজ্যখনত চলাই থকা ‘জন আক্ৰোশ যাত্ৰা’ ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰে।ৰাজস্থান বিজেপিৰ সভাপতি…

৯৭ কোটিৰে ‘ঢোল পিটিলে’ আপে !

আপৰ পৰা ৯৭ কোটি টকা লাগে দিল্লীৰ ৰাজ্যপালক ! কিন্তু কিয়?ক’ত ব্যয় কৰিলে আপে? হিচাপ লাগে বিনয় কুমাৰ চাক্সেনাক !দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনাই বিচাৰিছে এই ধনৰ হিচাপ।মুখ্য সচিব নৰেশ কুমাৰক এই ধন উভতাই ল’বলৈ নিৰ্দেশ দিছে ৰাজ্যপালে।অৰবিন্দ কেজৰিৱাল…

সমগ্ৰ কেবিনেটকেই নৰূপ দিব শীঘ্ৰেই,কিন্তু ক’ত?

মধ্য প্ৰদেশতো গুজৰাটৰ দৰেই একে পন্থা ল’ব বিজেপিয়ে।প্ৰতিষ্ঠান বিৰোধী ঢৌৱে স্পৰ্শই কৰিব নোৱাৰিব শাসনাধিষ্ঠিত চৰকাৰক ।হয়,এনে পন্থাই ল’ব বিজেপিয়ে৷ইতিমধ্যে ২০২৩ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যবোৰত গুজৰাটৰ ৰণকৌশলকেই গ্ৰহণ কৰিব বিচাৰিছে বিজেপিয়ে।জনতাক ব্যস্ত ৰাখিব বেলেগ ইছ্যুত।জনতাই পাহৰি যাব মূল সমস্যাবোৰ৷তাৰবাবে…

বিজেপিত এলাগী,ভজন গাই সময় কটাইছে জ্যেষ্ঠ নেতাই !

কৈলাস বিজয়ভাৰ্গিয়ক মনত আছেনে?গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ কৈলাস ভাৰ্গিয় এতিয়া ক’ত? কিয় নিঃসঙ্গ হৈ পৰিল বিজয়ভাৰ্গিয়?হয়,পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বত আছিল কৈলাস বিজয়ভাৰ্গিয়।মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক হৰুৱাবলৈকে বিজেপিয়ে এসময়ত নিয়োগ কৰিছিল বিজয়ভাৰ্গিয়ক।কিন্তু সেই জ্যেষ্ঠ সক্ৰিয় নেতাজন দলত এতিয়া এলাগী।নিজৰ ৰাজ্য…