শ্ৰেণী ৰাজনীতি

‘দিল্লীৰ ল’ৰাজন’ক লৈ কাৰ্টুন বিজেপিৰ

‘দিল্লী কা লড়কা’ নামৰ এটা ছিৰিজ মুকলি কৰিছে বিজেপিয়ে। ইয়াৰ উদ্দেশ্য আপৰ বিফলতা সমূহ পৌৰ নিৰ্বাচনৰ আগতে জনতাৰ সন্মুখত দাঙি ধৰা। পৌৰ নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগতে বিজেপিয়ে খুলিব খুজিছে আপৰ ‘মুখা’। “ আপ চৰকাৰৰ ধন দি চলোৱা প্ৰচাৰ অভিযানৰ…

উন্নয়নৰ নহয়,ভিডিঅ’ৰ ৰাজনীতি !

আপৰ কাৰাবন্দী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত বিলাসী জীৱন কটোৱাৰ এক শেহতীয়া ভিডিঅ’ ভাইৰেল হৈছে মন্ত্ৰীজনৰ এই ভিডিঅ’টোক লৈ বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে আপক ! বিজেপিৰ এই কঠোৰ সমালোচনাৰ প্ৰত্যুত্তৰত আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় “ বিজেপি হ’ল…

সেনাক অপমান কেজৰিৱালৰ !

গুজৰাট বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদৰ সমৰ্থক বুলি অভিহিত কৰে।২০১৬ চনত পাকিস্তানত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ প্ৰমাণ বিচৰাৰ বাবে এনেদৰে কেজৰিৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী যোগীয়ে।“ নতুন দিল্লীৰ পৰা…

সীমান্তত উলংঘা মানৱাধিকাৰ !

‘মানৱাধিকাৰ ভংগ কৰিছে অসম আৰক্ষীয়ে ‘-এই অভিযোগ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ । অসম -মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাত অসম আৰক্ষীয়ে ভংগ কৰিছিল মানৱ অধিকাৰ। মঙলবাৰে সংঘটিত ঘটনাত মেঘালয়ৰ ৫জন লোক নিহত হৈছিল। অসমৰ এগৰাকী গৃহৰক্ষী জোৱানৰো মৃত্যু হৈছিল উক্ত ঘটনাত ।মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে উক্ত…

বিজেপিৰ বিপদ !

তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিধায়ক কিনাবেচাৰ লগত জড়িত থকাৰ অভিযোগত বিজেপি নেতা বি এল সন্তুোষলৈ বিশেষ তদন্তকাৰী গোটে পঠিওৱা জাননীৰ ওপৰত তেলেংগানা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে।ন্যায়াধীশ কে সুৰেন্দৰে কয় যে ভাৰতীয় দণ্ডবিধি ৪১(ক) অনুসৰি এই জাননীখনে তদন্তত কোনো সহায় নকৰে।ন্যায়ালয়ৰ মতে…

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি!

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিছে কোনো অচিনাক্ত ব্যক্তিয়ে। বোমা দলিয়াই ৰাহুল গান্ধীক হত্যা কৰিব বুলি ভাবুকি প্ৰদান অচিনাক্ত দুৰ্বৃত্তৰ। ‘ভাৰত জোড়ো’ যাত্ৰা ইন্দোৰ পালেহিয়েই হত্যা কৰাৰ ভাবুকি অচিনাকি দুৰ্বৃত্তৰ।’ভাৰত জোড়ো’ যাত্ৰা চলি থকাৰ সময়তে প্ৰাণে মৰাৰ ভাবুকি কংগ্ৰেছৰ নেতাজনক।এখন মিঠাইৰ…

‘মোডীৰ মিছা কথা আৰু কিমান শুনিব?’

ভাৰতীয় জনতা পাৰ্টিয়ে বিগত ২৭ বছৰীয়া শাসনৰ পিছত গুজৰাটত সন্মুখীন হৈছে ভয়ংকৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ।কিন্তু ইমান প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পিছতো কংগ্ৰেছ বা আন বিৰোধী দলে ল’ব পৰা নাই সুবিধা।তৃতীয় বিকল্প সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰসিং…

‘হিন্দু বীৰ নসজাব’- সকীয়নি অখিল গগৈৰ

অসম – মেঘালয় সীমান্তত সংঘাটিত হোৱা সংঘাতৰ বিৰুদ্ধে সৰৱ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০…

১২ বিজেপি বিধায়কক নিলম্বন

ভাৰতীয় জনতা পাৰ্টিয়ে মুঠ ৪২ জন বিধায়কক এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।নতুন মুখৰ লগতে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈছে পুৰণা বিজেপি নেতা-কৰ্মী।পুৰণি বিজেপিৰ গৰিষ্ঠসংখ্যকেই আগন্তুক নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে।তেনে ১২গৰাকী বিদ্ৰোহী বিজেপি…

ধন লৈ ‘ভাৰত জোড়ো’ত পূজা ভাট?

‘ভাৰত জোড়ো’ যাত্ৰাত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ অভিনেতা,অভিনেত্ৰী সকলক কংগ্ৰেছে ধন দি ৰাহুল গান্ধীৰ লগত পদযাত্ৰা কৰোৱা বুলি অভিযোগ তুলিছে বিজেপিয়ে।উল্লেখযোগ্য যে অভিনেত্ৰী পূজা ভাট,ৰিয়া সেন আদিয়ে ৰাহুল গান্ধীৰ লগত পদযাত্ৰাত অংশ লৈছিল আৰু তাকে লৈ সৰৱ হৈছে শাসক দল।অভিনেত্ৰী পূজা…