শ্ৰেণী ৰাজনীতি

জোপা-খোপা ক’ৰবাত ধৰি হ’লেও বিজেপিক লাগে গাদী

গুজৰাটত বিজেপিৰ অৱস্থা তথৈৱচ ! আম আদমী পাৰ্টিৰ নতুন ৰণকৌশলত বিধ্বস্ত হৈছে নেকি বিজেপি? জোপাত পাৰিলে জোপাত,খোপাত পাৰিলে খোপাত ধৰিছে বিজেপিয়ে !প্ৰচাৰৰ কৌশল হিচাপে লৈছে এইবাৰ শিশুক শিশুক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰত নিষেধাজ্ঞা আছে যদিও কেৰেপ কৰা নাই বিজেপিয়ে।স্বয়ং প্ৰধানমন্ত্ৰীয়েই নিৰ্বাচনী…

মিছা বিক্ৰী কৰে ৰাজনীতিকে

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মূল জ্বলন্ত সমস্যাৰ পৰা ফালৰি কাটিছে ৰাজনৈতিক দলসমূহে।ৰাজনৈতিক দলৰ নেতা সকলে জানে কি কৌশলেৰে সহজ সৰল ভোটাৰক আকৰ্ষণ কৰিব পাৰি।মিছা বিক্ৰী কৰি খায় ৰাজনীতিকে।এই কথা সকলোৱে জানে যদিও কিন্তু ভোটাৰ সময়ত সদায় পতিয়ন যায়। দৰিদ্ৰতা,মুদ্ৰাস্ফীতি,কৰ্মসংস্থাপনহীনতা,কৃষকক…

খঙত অগ্নিশৰ্মা এগৰাকী সাংসদ,কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে সাংসদ সঞ্জয় ৰাৱটে।শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ৰ সাপ্তাহিক স্তম্ভত ৰাহুল গান্ধীয়ে ছাভাৰকাৰক সমালোচনা কৰাটো বন্ধ কৰিব লাগে বুলি কয় সঞ্জয় ৰাৱটে।অলপতে ‘ভাৰত জোড়ো’ যাত্ৰা সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ…

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত পুনৰ সাৰদাৰ পাত লুটিয়াইছে ED এ সোধপোচৰ বাবে মাতিব প্ৰভাৱশালী ব্যক্তিক কোন এই প্ৰভাৱশালী ব্যক্তি? পুনৰ দুটা একাউণ্ট জব্দ কৰিছে ED এ  ৮ টা বছৰ পাৰ হৈ গ’ল৷লুইতৰ বুকুৱেদি পাৰ হৈ গ’ল বহুত পানী৷কিন্তু প্ৰায় ২০০০…

‘কৰাপচন’,’কমিচন’,’ক্ৰিমিনেল’ৰ ৰাজত্ব গুজৰাটত ?

‘কৰাপচন,কমিচন ,ক্ৰিমিনেলাইজেছন চলিছে গুজৰাটত !’ মৰবী দলঙেই গুজৰাটৰ দুৰ্নীতি,অপৰাধী আৰু পাৰ্চেণ্টে জত কাম চলাৰ উৎকৃষ্ট উদাহৰণ !এই অভিযোগবোৰ আমাৰ নহয়,এই অভিযোগ হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিগ্বিজয় সিঙৰ।“মৰবী দলং নিৰ্মাণ কৰা কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীক প্ৰায় দুই শতাধিক লোকৰ মৃত্যু…

কাৰো কথা কোনেও নুশুনে বিজেপিত?

দুৰ্ঘোৰ অমানিশা নামিছে বিজেপিৰ !বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল অতচ্ছে দিনৰ কিন্তু এতিয়া দলটোৰ নিজৰেই চলিছে বেয়া দিন। শৃংখলাবদ্ধ বিজেপি দলত শেহতীয়াকৈ দেখা গৈছে ভয়ানক বিশৃংখলতা। প্ৰধানমন্ত্ৰী মোডী,অমিত শ্বাহৰ কথাকো কেৰেপ নকৰা হৈছে বিজেপিৰ নেতা-কৰ্মীয়ে।প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লাগে সপ্তমবাৰৰল…

একে ঘাটৰ পানী খাব নেকি তেজস্বী-গাডকাৰীয়ে?

হঠাৎ তেজস্বী যাদৱৰ ‘দৰদ’ কিয় বিজেপিলৈ? নীতিন গাডকাৰীৰ প্ৰশংসাত পঞ্চমুুখ তেজস্বী যাদৱ “মোৰ কোনো সন্দেহ নাই গাডকাৰীয়ে নিজৰ বিভাগটো খুব সুন্দৰভাৱে চলাই আছে। আমি তেওঁৰ নিচিনা আৰু কেন্দ্ৰীয় মন্ত্ৰী বিচাৰিছিলোঁ। তেওঁৰ এক যোগাত্মক মন আছে।সকলো যদি তেওঁৰ নিচিনাই হয়,তেন্তে কোনো…

ভেটি তচনচ,তথাপিও ল’লে মুখ্যমন্ত্ৰীৰ নাম

সমাগত গুজৰাট নিৰ্বাচনক লৈ বিজেপিৰ দৈনিক বৃদ্ধি পাইছে দুঃশ্চিন্তা।কাৰ নামত ভোট বিচাৰিব,তাকে লৈ পাৰ নোপোৱা হৈছে বিজেপি।আপৰ আগ্ৰাসী নিৰ্বাচনী ৰণ কৌশলে শংকিত কৰিছে বিজেপিক।আপে জনতাৰ মতামত লৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে,কিন্তু বিজেপিৰ ওৰ পৰা নাই চিন্তাৰ।আহমেদবাদত এটা ব্যক্তিগত টেলিভিছন চেনেলত…

ভাষণ আৰু শ্ৰোতা দুয়োটাই ভুৱা নেকি প্ৰধানমন্ত্ৰীৰ?

কিমান জনপ্ৰিয় নৰেন্দ্ৰ মোডী?বাছত ওলমি মোডীৰ সভালৈ অহা মানুহবোৰ কোন?ভাষণতটো মিছা মাতেই,অনুগামীও মিছা প্ৰধানমন্ত্ৰী মোডীৰ।প্ৰধানমন্ত্ৰী মোডীৰ সভা মানেই জনসমাগম এয়া কোনো নতুন কথা নহয়।বাস্তৱিক ভাষণ হওক বা নহওক,প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ ছবিখন সকলোৰে পৰিচিত।অন্ততঃ ২০১৪ চনৰ…

বিজেপি ত্যাগ ‘বাহুবলী’ৰ

এসেকা দিবলৈ সাজু বিসম্বাদী ! বিজেপিৰ ৬ বাৰৰ বিধায়কে ত্যাগ কৰিলে বিজেপি । ৱাঘ’দিয়াৰ সমষ্টিৰ বিধায়কে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী । ৱাঘদিয়া সমষ্টিৰ বিজেপি বিধায়ক গৰাকীয়ে ১৯৯৫ চনত বিজেপিত যোগদান কৰিছিল।তেতিয়া তেওঁ আছিল নিৰ্দলীয় বিধায়ক। “ মই বিজেপি লৈ নিজে যোৱা…