শ্ৰেণী ৰাজনীতি

পুনৰ সংকটত সিন্দে !

একনাথ সিন্দেক মনত আছে নে? হয়,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কথাই ক’ব বিচৰা হৈছে। গুৱাহাটীত থাকি চৰকাৰ গঠনৰ কুচকাৱাজ চলাই সফল হোৱা সিন্দে পুনৰ গুৱাহাটীলৈ আহিব । কিন্তু কিয়?বিপদৰ সময়ত কামাখ্যা মন্দিৰলৈ মনত পৰে সিন্দেৰ । এইবাৰো সিন্দেক নতুন বিপদে লগ দিয়া…

খাল খান্দি ঘৰিয়াল পোহা বিজেপিৰ পদে পদে বিপদ !

বিজেপি নেতাই কিমান মিছা কথা কয়? বিজেপি নেতাই কিমান মনে সজা কথা কয়? বিজেপি নেতা মানেই ,নাকটো চুলেই বুধি! কথাই প্ৰতি ফাঁকি দি ধৰা পৰিলেও লাজ নাপায় বিজেপি নেতাই।খাল খান্দি ঘৰিয়াল পুহি বাৰে বাৰে বিপদত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেয়া লাগিলে…

ধুবুৰীলৈ ‘নাযায়’ ৰকিবুল হুছেইন !

নগাঁৱত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অলপতে এক সংবাদমেল সম্বোধন কৰে। ‘ভাৰত জোড়ো যাত্ৰা’ সন্দৰ্ভত নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ। সংবাদমেলত ৰকিবুল হুছেইনক সংগ দিলে বিধায়ক নুৰুল হুদা,বিধায়িকা শিৱামণি বৰাই। অসমত চলি থকা ‘ভাৰত জোড়ো যাত্ৰা-অসম’…

ৰাম নাম ‘অসত্য’ হ্যে !

ৰামৰ নামেই ২৪ ‘ ৰ মূল অস্ত্ৰ বিজেপিৰ । ৰামতেই আৰম্ভ কৰি ৰামতেই শেষ কৰিব নিৰ্বাচনী প্ৰচাৰ। ৰামৰ নামেই সাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ। ৰামৰ নামৰ লগত সাঙোৰ খাইছে অসত্য কথা। হয়,ৰাম নাম সত্য হয় বুলি দি অহা ধ্বনি যেন মোডী…

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

বিজেপিয়ে বিৰোধী বিধায়কক ক্ৰয় কৰি গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ সততেই উত্থাপিত হয়। কিন্তু এইবাৰ বিজেপিয়ে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। তেলেংগানা বিজেপিৰ সভাপতি এটেলা ৰাজেন্দৰে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। “মুখ্যমন্ত্ৰী KCR এ বিৰোধীক নিঃশেষ কৰাৰ…

বিজেপি ত্যাগ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠৰ

বিজেপিত পদত্যাগৰ ধুম। ইজনৰ পিছত সিজন নেতাই Bye bye দিছে বিজেপিক।এইবাৰ বিজেপি এৰিলে প্ৰাক্তন মন্ত্ৰীয়ে। যিমানেই বিধানসভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানেই যেন বিজেপিক বিপদে হেঁচা মাৰি ধৰিছে।এফালে যদি প্ৰধানমন্ত্ৰীয়ে বাঃ বাঃ ল’বলৈ আৰম্ভ কৰা এক্সপ্ৰেছ ভাঙিছে গৰুৰ খুন্দাত আনফালে…

বিজেপিৰ বিধায়কৰ বিধায়ক পদ খাৰিজ

সংঘৰ্ষত উচতনি দিয়াৰ অপৰাধত বিধায়ক পদ খাৰিজ এগৰাকী বিধায়কৰ । কোন এইগৰাকী বিধায়ক? উত্তৰ প্ৰদেশৰ বিধায়ক জনৰ নাম বিক্ৰম ছৈনী। মুজাফৰনগৰ জিলাৰ কৱাল গাঁৱত গৌৰৱ আৰু শচীনৰ হত্যাৰ পিছত ২০১৩ চনৰ ২৭ আগষ্টত আৰক্ষীয়ে বিজেপিৰ বিধায়ক বিক্ৰম ছৈনীকে ধৰি মুঠ…

সমৰ্থন হেৰুওৱা বিজেপিৰ সাৰথি CBI আৰু ED

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ শূণ্য সহনশীলতাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ কথা ঘোষণা কৰিছে। তদন্তকাৰী সংস্থাক তেওঁলোকৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সদায় বিৰোধীৰ বিৰুদ্ধেহে অভিযান চলাই আহিছে বুলি প্ৰায়ে অভিযোগ উত্থাপন…

গাদভী কিয় গুজৰাটীৰ প্ৰথম পচন্দ?

গুজৰাটত আম আদমী পাৰ্টিৰ বহুপ্ৰত্যশিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম শুকুৰবাৰে ঘোষণা কৰে দলটোৱে।মুখ্যমন্ত্ৰী পদৰ বাবে কাক উপযুক্ত বুলি ভাৱে তাৰ উত্তৰ গুজৰাটৰ জনতাৰ পৰাই বিচাৰিছিল আম আদমি পাৰ্টিয়ে। তাৰবাবে এটা মেইল আইডি,এটা ফোন নম্বৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ নাম জনাবলৈ আহ্বান  জনাইছিল…

মানুহহে আছে বাংলাদেশত,সংখ্যালঘু নাই !

‘প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ ভূমিপুত্ৰ।সংবিধান মতে সকলোৰে সমান অধিকাৰ বাংলাদেশত’-এনেদৰে মন্তব্য কৰে দেশখনৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হাছান মাহমুদে।২৪ ঘণ্টাৰ কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ অহা মাহমুদে সাংবাদিকক কয় “ আমি বিশ্বাস কৰোঁ যে আমাৰ দেশৰ ভূমিত কোনোৱেই সংখ্যালঘু নহয়। আমাৰ প্ৰধানমন্ত্ৰীয়ে…