Category ৰাজনীতি

শশীকলাৰ ‘নিৰ্দেশ’ত হত্যা জয়াললিতাক?

জয়াললিতাৰ মৃত্যু ‘অস্বাভাৱিক’ ! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত হাত শশীকলাৰ?AIADMK ৰ বহিস্কৃত নেত্ৰী শশীকলাই ইতিমধ্যে সকলোধৰণৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰিছে। আৰুমুৰ্ঘস্বামী সমিতিয়ে শেহতীয়াকৈ দাখিল কৰা প্ৰতিবেদনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগ তুলিছে শশীকলাৰ বিৰুদ্ধে।সমিতিয়ে আনকি…

গুজৰাটত PMO ৰ কাৰ্যালয়?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়’ গুজৰাটত? সপ্তাহটোতেই কেইবাটাও কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীৰ ।গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত।।জোৰদাৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।সমাগত গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই ভ্ৰমণ কৰিছে গুজৰাট। মোডীৰ এই সঘন ভ্ৰমণক একপ্ৰকাৰ কটাক্ষ কৰিয়েই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে…

কোন আছে আপৰ ‘থিংক টেংক’ হিচাপে?

কাৰ সাহসত গুজৰাট জয়ৰ সপোন কেজৰিৱালৰ? কাৰ আশীৰ্বাদপুষ্ট আপ দলটো? আপৰ আত্মবিশ্বাসৰ আঁৰত কোন? গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনেই আপৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ।পঞ্জাৱ-দিল্লীত শাসনত থাকিলেও দলটোৱে লাভ কৰা নাই ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা।গতিকে গুজৰাট আৰু হিমাচলত যিকোনো প্ৰকাৰে…

অক্ষুণ্ণ থাকিল মহাৰাষ্ট্ৰৰ পৰম্পৰা

বিনাপ্ৰতিন্দ্বিতাৰে জয়ী পূব আন্ধেৰীৰ বিধায়ক। ক্ষমতাতকৈ পৰম্পৰাত বিশ্বাসী মহাৰাষ্ট্ৰৰ লোক।মহাৰাষ্ট্ৰৰ পূব আন্ধেৰী সমষ্টিত হ’বলগীয়া উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে বিজেপিয়ে।মহাৰাষ্ট্ৰৰ পৰম্পৰা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে দলটোৱে। “ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু আছিল বিজেপি।আমি নিশ্চিত আছিলোঁ যে আমি যথেষ্ট সংখ্যক ভোট লাভ…

মহাসংকটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

বিপদে লগ নেৰা হৈছে একনাথ সিন্দেক।প্ৰতীক চিহ্নক লৈ সংকটত সিন্দেপন্থী।সিন্দে গোটৰ দলীয় প্ৰতীকৰ বিৰোধিতা শিখ সমাজৰ। ঢাল-তৰোৱাল শিখৰ আৱেগৰ লগত জড়িত গতিকে ই কেতিয়াও দলীয় প্ৰতীক হ’ব নোৱাৰে।শিখ সম্প্ৰদায়ৰ নেতাই ইয়াৰ বিৰোধিতাৰে কাষ চাপিছে নিৰ্বাচন আয়োগৰ। উল্লেখযোগ্য যে শিৱসেনাৰ উদ্ধৱ…

আপৰ ‘মৌনতা’ত ক্ষুণ্ন আপ নেতা

প্ৰাক্তন আপ মন্ত্ৰীক সংগ দিয়া নাই আপে। আপে এৰিলেও গৌতমক সংগ দিছে ২০ টা দলিত সংগঠনে । দিল্লীৰ আপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ জনপ্ৰিয়তা মন্ত্ৰীত্ব এৰাৰ পিছত বাঢ়িছেহে।এগৰাকী মন্ত্ৰী হৈয়ো অত্যন্ত সাধাৰণ জীৱন যাপন কৰা ৰাজেন্দ্ৰ পাল…

যোগী চৰকাৰৰ বিৰুদ্ধে গৰ্জন বিজেপি সাংসদৰ

উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ চাৰণ সিঙে নিজৰ দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।কেইচাৰগঞ্জৰ সাংসদ ব্ৰীজ ভূষণ সৰ্বভাৰতীয় মল্লযোদ্ধা সন্থাৰো সভাপতি।উল্লেখ্য উত্তৰ প্ৰদেশৰ ১৮ খন জিলা বৰ্তমান বানত বিধ্বস্ত ।বিগত ১১অক্টোবৰত উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ১৮ খন জিলাৰ ১,৩৭০…

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ । কি এই ‘ভীষ্ম প্ৰতিজ্ঞা’? দেহত শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত মিত্ৰতা নকৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ।প্ৰায় এটা বছৰ মিত্ৰতাত থকাৰ পিছত যেন বৌদ্ধজ্ঞানহে পালে নীতিশ কুমাৰে।“বিজেপিয়ে যেনে আচৰণ কৰে,মই মোৰ জীৱিত কালত আৰু…

 দুৰ্নীতিৰ দস্তাবেজ জ্বলালে বিজেপিয়ে !

গুজৰাট সচিবালয়ত অগ্নিকাণ্ড,জ্বলিল কেৱল ফাইল । ২৭ বছৰীয়া দুৰ্নীতিৰ দস্তাবেজ জাহ গ’ল নেকি জুইত? সচিবালয়ৰ অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে কংগ্ৰেছে । গুজৰাটৰ সচিবালয়ৰ সমাজ কল্যাণ বিভাগত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ভস্মীভূত…

বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z

ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ  কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি বিধায়ক দিগন্ত কলিতালৈ…