শ্ৰেণী ৰাজনীতি

ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা দ্ৰৌপদী মুর্মুৰ জীৱন কাহিনী

চাৰিটা বছৰত তিনি আত্মীয়ক হেৰুৱাইছিল তেওঁ৷ প্ৰথমে ডাঙৰ পুত্ৰক, তাৰপাছত এটা পথ দুর্ঘটনাত সৰু পুত্ৰক আৰু শেষত স্বামীক৷ তাৰপাছতো শেষ হৈ যোৱা নাছিল সকলো৷ এক কন্টকময় আৰু ট্ৰেজিক ইতিহাস পাৰ কৰি আহি তেওঁ আজি দেশৰ ৰাষ্ট্ৰপতি৷ আজি ৰাষ্ট্ৰপতি হিচাপে শপত…

ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?

কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত।নিশা প্ৰায় ৭ ঘণ্টা জেৰাৰ অন্তত…

কেতিয়া সংশোধন হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণ?

সংসদৰ ভিতৰত বাৰণ কৰা হ’ল বিশেষ কিছুমান শব্দ।কিন্তু সংসদৰ বাহিৰত নেতাৰ যি মন যায় তাকে ক’ব পাৰি নেকি?সংসদৰ বাহিৰত জনপ্ৰতিনিধিয়ে শালীনতা ৰক্ষা কৰিব নালাগে নেকি?  

”মই অপৰাধী নহয়। এখন দেশৰ ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী।”

”মই অপৰাধী নহয়। এখন দেশৰ ৰাজ্যৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী।” কিয় এনেকৈ ক’ব লগা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে?

অন্তৰাত্মাৰ কথা শুনি কিয় ভোট দিবলৈ আহ্বান বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ?

ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ কেইটামান মুহূৰ্ত। অন্তৰাত্মাৰ কথা শুনি কিয় ভোট দিবলৈ আহ্বান বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ?

ৰাজাপাক্ষে পৰিয়ালৰ পৰা কেতিয়াবা মুক্তি পাম বুলি ভাবিছিলনে শ্ৰীলংকাই?

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেৰ পদত্যাগ। আজি ৰাজপাক্ষেৰ পদত্যাগ পত্ৰ সংসদৰ গ্ৰহণ কৰিলে সংসদৰ অধ্যক্ষই৷ ৰাজপাক্ষেৰ পদত্যাগৰ পাছতেই শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেই কাৰ্যবাহী ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰে। উল্লেখনীয় যে, বুধবাৰে ৰাষ্ট্ৰপতি ৰাজাপাক্ষেই দেশ ত্যাগ কৰাৰ পাছতেই বিক্ৰমসিংঘেই ৰাষ্ট্ৰপতিৰ দায়িত্ব…

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা। উটে বালিত মূৰ গুজি নিজক লুকাৱাব পাৰে জানো?

ধূম্ৰপায়ী ‘কালী’ : ধৰ্মীয় ভাৱনাই দেশত কিয় লৈছে ধুমুহাৰ ৰূপ ?

ধৰ্মৰ কথা নক’ব ৷ ধৰ্মৰ আলোচনা-সমালোচনা নকৰিব ৷ কাৰণ ভাৰত এতিয়া ধৰ্মক লৈ অত্যন্ত সংবেদনশীল ৷ ধৰ্ম সম্পৰ্কীয় মন্তব্যই যেতিয়াই তেতিয়াই আঘাত কৰিব পাৰে কাৰোবাৰ ধৰ্মৰ ভাৱনাত ৷ দেশৰ চুকে কোনে ৰুজু হ’ব পাৰে গোচৰ ৷ তাৰ পাছত অন্তহীন আইনী…