Investigative reporting with dedication.
গাঁৱৰ প্ৰতি জন মানুহক মাত দিয়া মানুহজন মুখ্যমন্ত্ৰী হ’ব !

২০২১চনৰ ১২ ছেপ্তেম্বৰ ! সেই দিনটোতেই নভৱা নিচিন্তাকৈয়ে কপাল ফুলিছিল এজন সাধাৰণ ব্যক্তিৰ।সাধাৰণ যদিও ব্যক্তিজন আছিল অসাধাৰণ !১২ ছেপ্তেম্বৰৰ দিনা তেওঁ আন দিনাৰ দৰেই নিজৰ সেই সৰু ঘৰটো এৰি দলৰ এখন জৰুৰী বৈঠকলৈ গৈছিল।সেইদিনা উভতি আহোঁতে তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী…










