Browsing Category
ৰাজনীতি
ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?
কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…
কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী…
ফাটিল প্ৰধানমন্ত্ৰী মোডীৰ ফটাঢোল !
ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰা মাত্ৰ এটা সপ্তাহ পাৰ হৈছেহে,এই এটা সপ্তাহতেই প্ৰকৃত স্বৰূপ ওলাল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো। দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনত শাসক দল বিজেপিয়ে হিন্দী বলয়ৰ ৰাজ্য ক্ৰমে…
সম্বিৎ ঘূৰাই পাইছে বিৰোধীয়ে !
শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনত একপ্ৰকাৰ বিৰোধী বিধ্বস্ত হোৱাৰ পিছত বিৰোধী মিত্ৰজোঁটে যেন উপলব্ধি কৰিছে নিজৰ ভুলবোৰ। মধ্য প্ৰদেশত অখিলেশ যাদৱ আৰু কংগ্ৰেছ নেতা কমল নাথৰ মাজত লগা খকাখুন্দাৰ বাবেই ৰাজ্যখনত বিধ্বস্ত হ’ল বিৰোধী। বিৰোধীৰ মাজত…
পৰিবৰ্তনৰ বাবে কংগ্ৰেছে জনাইছে এক আহ্বান ,কি এই আহ্বান?
১৩৮ বছৰ পুৰণি দল কংগ্ৰেছে আৰম্ভ কৰিব ক্ৰাউদ ফাণ্ডিং।অহা ১৮ ডিচেম্বৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই এই ক্ৰাউদ ফাণ্ডিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।দলটোৱে উত্থাপন কৰা ইছ্যুবোৰৰ লগত একাত্ম হ’ব বিচৰা বা সমৰ্থন থকা লোকসকলে এই সাহাৰ্য আগবঢ়াব…
গাখীৰ খুৱাই সাপ পুহি হাৰিল কংগ্ৰেছ !
বিগত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে শোচনীয়ভাৱে মুখথেকেঁচা খালে। হিন্দীবলয়ৰ ৰাজ্য মধ্য প্ৰদেশ,ৰাজস্থান,ছত্তীশগড়ত বিজেপিয়ে লাভ কৰিলে অপ্ৰত্যাশিত জয়।এই জয়ৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটক লৈ কিছু পৰিমাণে নিৰাশ হৈছে বিৰোধী…
কৰ্মই ধৰ্ম নহয়,ধৰ্মইহে বিজেপিৰ কৰ্ম !
ধৰ্মক বাদ দি আন একো কথাই ভাবিব নোৱাৰে বিজেপি দলে।একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ পিছত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে প্ৰথমখন কেবিনেটতে লৈছে এক সিন্ধান্ত।সেই সিন্ধান্ত অনুসৰি কোনো উপাসনাস্থলীতে মাইক ব্যৱহাৰ কৰিব নোৱাৰিব।উল্লেখ্য…
ঘেঁহাই ফোপাই হ’লেও হিন্দী কওক !
হিন্দী আপুনি জানেনে?আপুনি ঘেঁহাই ফোপাই হ’লেও হিন্দী ক’বলৈ চেষ্টা কৰেনে?হিন্দী বোলে জানিবই লাগিব !হিন্দী নাজানি চৰম লটিঘটি এগৰাকী মহিলাৰ !সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন-
হয়,আপুনি যদি ভাৰতীয়,আপুনি বোলে হিন্দী জানিবই লাগিব !হিন্দী বোলে…
I.N.D.I.A ৰ পৰা আঁতৰিব যাদৱ !
মধ্য প্ৰদেশত ইতিমধ্যে বিজেপিয়ে সোমবাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম ।ড° মোহন যাদৱ হ’ল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী। ইয়াৰ লগে লগে শিৱৰাজ সিং চৌহানৰ ১৮ বছৰীয়া মুখ্যমন্ত্ৰিত্বৰ অৱসান ঘটিল মধ্যপ্ৰদেশত।কিন্তু কিয় মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে…
জাত-পাতৰ অংকত বিভোৰ বিজেপি !
ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ ক্ষমতা লাভ কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ বাচি উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে । ইতিমধ্যে ছত্তীশগড়ত মুখ্যমন্ত্ৰী বিচাৰি উলিয়ালে বিজেপিয়ে।কিন্তু এতিয়াও মধ্য প্ৰদেশ আৰু…