শ্ৰেণী ৰাজনীতি

মিছন বসুন্ধৰা সফল হ’বলৈ কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ক

চৰকাৰৰ মাটি সম্পৰ্কীয় নীতি ব্যৱস্থাই সমগ্ৰ অসমৰ কৃষক শ্ৰেণীৰ বাবেই ভয়াৱহ ভবিষ্যতৰ আগজাননী৷ ই মানুহৰ মাটিৰ অধিকাৰৰ হকে মাত মাতিবলৈ থকা সকলোবোৰ গণতান্ত্ৰিক পথ বন্ধ কৰি দিব

বিজেপিৰ ‘হোৱাইট পেপাৰ’ বনাম কংগ্ৰেছৰ ‘ব্লেক পেপাৰ’

দেশৰ ইতিহাসত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা । ১০ বছৰ শাসনত থকাৰ পাছত এতিয়া সময় আছিল মোদী চৰকাৰে বিগত কাৰ্যকালৰ সফলতাৰ খতিয়ানেৰে ৰিপোৰ্ট কাৰ্ড প্ৰকাশ কৰাৰ । কিন্তু মোদী চৰকাৰ উভতি গ’ল ১০ বছৰ আগলৈ । সপ্তদশ লোকসভাৰ শেষৰখন…

প্ৰতিদিনে অসমে লৈছে ৫৯ কোটিৰ ঋণ হেলিকপ্তাৰত প্ৰতিদিনে ব্যয় ৬ লাখ টকা

ৰাজ্যখনক ঋণত ডুবাই অসম চৰকাৰে কৰা হেলিকপ্তাৰ বিলাসিতাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসম বিধানসভাৰ মজিয়াত । বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ বিপৰীতে অসম চৰকাৰে দাখিল কৰাৰ তথ্যৰ পৰাই উন্মোচন হৈছে ৰাজ্যৰ অৰ্থনীতিৰ ফোপোলা স্বৰূপ । এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে…

বৰপেটা লোকসভা সমষ্টিত বিজয়ৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ

নলবাৰী জিলাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে তৃণমূল কংগ্ৰেছ দল। জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা ব্লক সমিতি গঠন কৰি দলটোৱে সাংগঠনিক ভেটি মজবুত কৰি তুলিছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাৰ নেতৃত্বত দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা…

বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল – প্ৰতিক্ৰিয়া ১ঃ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কোনো ব্যয় ৰাজ্য চৰকাৰে বহন কৰা…

Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ   গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আকাশীযানৰ বিলাসিতাৰ বহু বিস্ফোৰক তথ্য…

বিকশিত ভাৰতত ব্যৰ্থতাৰ উদাহৰণ 

দেশজুৰি আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা । গাঁৱে গাঁৱে , পঞ্চায়তে পঞ্চায়তে চলিছে মোদী চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা । কোৱা হৈছে ১৪০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাবলৈ চলিছে এই যাত্ৰা । কিন্তু এই প্ৰতিবেদনত আমি দেখুৱাবলৈ লৈছো মোদী…

কিয় নীতিশৰ বাবে বন্ধ দুৱাৰ খুলি দিলে বিজেপিয়ে ? 

বেছি দিন পুৰণি নহয় । ২০২৩ চনৰ ১৩ এপ্ৰিলত বিহাৰৰ মাটিত থিয় হৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে নীতিশ কুমাৰৰ দুৱাৰ বিজেপিত চিৰকাললৈ বন্ধ হ’ল । তাৰ পাছত মাত্ৰ ৮ মাহ । ৮ মাহ পাছতেই বিহাৰত বিজেপিয়ে খুলি…

এটকা,দুটকা নহয়,৪০ হাজাৰ কোটি খালে ক’ভিডৰ নামত !

ক’ভিডৰ নামত দেশৰ বিভিন্ন প্ৰান্তত ২০২০ চনত হৈছিল ভয়ংকৰ কেলেংকাৰী।অৱশ্যে ক’ভিড কেলেংকাৰী সংঘটিত প্ৰায়বোৰ ৰাজ্যই বিজেপি শাসিত হোৱা বাবে সেই ৰাজ্যবোৰৰ চৰকাৰৰ বিৰুদ্ধে ED,CBI আদিকে ধৰি কোনো চৰকাৰী সংস্থাই তদন্ত চলোৱা নাই।কিন্তু আশ্চৰ্যজনকভাৱে এই কেলেংকাৰীৰ অভিযোগ প্ৰমাণ সহ দিবলৈ সাজু…

বিৰোধীত সঁচাকৈয়ে মতান্তৰ হৈছেনে?

লোকসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধীৰ জল্পনাকল্পনাৰ অন্ত নাই ।শাসক দল বিজেপিৰ লক্ষ্য যিকোনো প্ৰকাৰে তৃতীয়বাৰলৈ ক্ষমতালৈ অহা। আনহাতে,বিৰোধীৰ ঐক্যবদ্ধ মৰ্চাৰ লক্ষ্য বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই পঠিওৱা । দুয়োপক্ষই আগন্তুক লোকসভাৰ নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু আশ্চৰ্যজনক বিষয়টো হ’ল বিজেপিৰ…