Category ৰাজনীতি

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আৰম্ভ পূব- মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ  প্ৰতিযোগিতা

প্রতিবছৰৰ দৰে এইবেলিও ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত  এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত অনুষ্ঠিত হৈছে  পূব মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা। পূব মণ্ডলৰ প্ৰায় ৪৯ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতা( পুৰুষ) শাখাৰ খেল সমূহ অনুষ্ঠিত হ’ব  ১-৪ ডিচেম্বৰলৈ। ইফালে…

মমতাহীন হৈ পৰিছে মমতা !

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শেহতীয়াকৈ খঙত অগ্নিশৰ্মা হৈ পৰিছে। প্ৰতিদিনেই নিত্য নতুন অভিযোগত দোষী সাব্যস্ত কৰি তেওঁৰ দলৰ ইজনৰ পিছত সিজন নেতাক গ্ৰেপ্তাৰ কৰিছে ED,CBI ৰ দৰে কেন্দ্ৰীয় সংস্থাই৷বিৰোধী দলৰ নেতাসকলক এনেদৰে লক্ষ্য কৰি লোৱাটোক লৈ ক্ষোভিত হৈ পৰিছে পশ্চিমবংগৰ…

গুজ্জৰৰ বিধিপথালি,কোন জয়ী হ’ব ৰাজস্থানত?

ৰাজস্থানত শনিবাৰে বিধানসভাৰ নিৰ্বাচন। মুঠ ২০০ খন বিধানসভাৰ আসনৰ ভিতৰত ১৯৯ খনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাজস্থানত বৰ্তমান মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত আছে কংগ্ৰেছ দলৰ চৰকাৰ। ৰাজস্থানত এইবাৰ কংগ্ৰেছ অথবা বিজেপি কোনো দলেই জয়ী হ’ব বুলি আত্মবিশ্বাসী হ’ব পৰা…

পুনৰ চক্ৰবেহুত ৰাহুল,কি হ’ব ৰাহুল গান্ধীৰ ?

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ টা মাহ।এই চাৰিটা মাহ শাসক দল বিজেপি আৰু বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময় । এইখিনি সময়তেই জনতাৰ কাষ চাপিব লাগিব শাসক -বিৰোধী৷৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনকলৈ বিজেপি আত্মবিশ্বাসী নহয়।ৰাজস্থানক বাদ দি কোনো…

ৰাম মন্দিৰ আৰু ED মাজতে আছে BJP

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে এতিয়া ভগৱান ৰাম যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ ED,CBI ৰ দৰে চৰকাৰী এজেন্সিসমূহ। দলটোৰ শীৰ্ষ নেতৃত্বই ক’ৰবাত যদি ED,CBI ৰ দৰে সংস্থাৰ সহায় লৈছে,ক’ৰবাত সহায় লৈছে ৰাম মন্দিৰৰ।মুঠতে বিগত প্ৰায় চাৰে ন টা বছৰে একো নকৰি…

ভাষণৰ ওপৰতেই ভাষণ দিলে প্ৰিয়ংকা গান্ধীয়ে !

ৰাজস্থান আৰু তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিজেপি সম্পূৰ্ণভাৱে ব্যস্ত। দুয়োটা দলৰ নেতা-নেত্ৰী এতিয়া ব্যস্ত ইজনে সিজনক আক্ৰমণ কৰাক লৈ।কোনে কিমান কাক আক্ৰমণ কৰিব পাৰে তাৰেই যেন চলিছে অবাধ প্ৰতিযোগিতা।ৰাজস্থানত এক নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে…

প্ৰধানমন্ত্ৰীক লৈ খড়গহস্ত RSS !

৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভিতৰত ইতিমধ্যে ৩ খনত নিৰ্বাচন অন্ত পৰিছে। কংগ্ৰেছ শাসিত ৰাজস্থান আৰু ভাৰত ৰাষ্ট্ৰ সমিতিৰ দ্বাৰা শাসিত তেলেংগানাত এতিয়াও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।অহা ৪ দিনত ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ খনকৈ জনসভা আৰু ৬ খন ৰেলীত…

অনুৰাগীৰ ভোট লাগে,ধৰ্ষণকাৰীক পেৰল !

ৰাজস্থান আৰু তেলেংগানাক লৈ এই কেইদিন ৰাজনৈতিক দলবোৰ বিৰাট ব্যস্ত।ৰাজস্থানত অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ থকাৰ বিপৰীতে তেলেংগানাত আছে ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধীনত কেচিআৰৰ চৰকাৰ। তেলেংগানাত কংগ্ৰেছ দলে জোৰদাৰ গতিৰে নিৰ্বাচন চলাইছে যদিও কিন্তু বিজেপি দলৰ প্ৰচাৰ তুলনামূলকভাৱে মন্থৰ।ৰাজস্থানত কংগ্ৰেছ…

অমিত শ্বাহক নতুন দায়িত্ব কিন্তু দায়িত্বটো কি?

৫ খন ৰাজ্যৰ নিৰ্বাচনে বিজেপিলৈ অত্যন্ত আশাব্যঞ্জক বাতৰি যে আনিব,সেই কথা আশাই কৰা নাই বিজেপিয়ে। অহা ৩ ডিচেম্বৰৰ পিছত বিজেপিৰ মূৰৰ ওপৰত নতুনকৈ এক চিন্তাৰ উদ্ৰেক ঘটিব । সেয়া হ’ল -২০২৪ চনৰ প্ৰস্তু্তি আৰু আসনক লৈ।দেখ দেখকৈ প্ৰায় বৰ্তমান নিৰ্বাচন…

যোগীৰ আধিপত্য শেষ কৰাই লক্ষ্য !

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনে একপ্ৰকাৰ জ্বলাকলা খুৱাইছে বিজেপিক।বিৰোধী দলবোৰ বিশেষকৈ কংগ্ৰেছকে ধৰি আনবোৰ দল এই নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে যদিও এই নিৰ্বাচনত যদি বিজেপিয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে তেন্তে সকলোতকৈ লোকচানৰ সন্মুখীন হ’ব দলটো। বিজেপি দলৰ আভ্যন্তৰীণ…