Category ৰাজনীতি

ৰাজস্থানত ২৫ ৰ পৰা ৭০ লৈ কেনেকৈ বাঢ়িল আসন?

ৰাজস্থানৰ পৰম্পৰা অনুসৰি ৰাজ্যখনত এইবাৰ বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ সম্ভাৱনা প্ৰবল । কিয়নো ৰাজ্যখনত প্ৰতি ৫ বছৰৰ মূৰত সলনি হয় ৰাজস্থানৰ চৰকাৰ।আজিৰ পৰা এটা বছৰ আগতে চলোৱা বিভিন্ন সমীক্ষাত ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ অৱস্থা শোচনীয় হিচাপে ধৰা পৰিছিল। বহুবোৰ সমীক্ষাত ৰাজস্থানত…

মধ্য প্ৰদেশত হাত দাঙিলে বিজেপিয়ে ?

নেতা এজন ! মুখো এখন ! ভোটো লাগে তেওঁৰ নামতেই !মিছা হওক,সঁচা হওক প্ৰতিশ্ৰুতিও দিব লাগে তেঁৱেই !কি হৈছে দলটোত? সকলোতে খেলিমেলি ! হয়,বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিৰ কথাই ক’ব খোজা হৈছে । বিজেপি দলৰ দাবী যে দলটোৰ…

খালী চকীৰ আগত ভাষণ নিদিয়ে,তাতকৈ শুবই !

হয়,নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মধ্য প্ৰদেশত বিজেপি দলটো ভয়ংকৰ লটিঘটিৰ সন্মুখীন হৈছে । ২০ বছৰৰ শাসনৰ দিনবোৰ শাসক দল বিজেপিক পুনৰ লাগে যদিও নালাগে মধ্য প্ৰদেশৰ জনতাক । মধ্য প্ৰদেশৰ জনতাই বিগত ২০ বছৰত যি তিতাকেহাৰ সন্মুখীন হৈছে,তেনেকুৱা তিতাকেহাৰ সন্মুখীন আগতে…

লাজুকীলতা জয় পৰাদি জয় পৰিছে বিজেপি !

নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬  দিন । কিন্তু সাধাৰণ উপনিৰ্বাচন এটাক লৈ উথপথপ লগোৱা বিজেপিৰ যেন এখন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰতো নাই কোনো সাৰসুৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ অক্টোবৰত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দৃঢ় স্থিতি…

হাৰ মানিলে বিজেপিৰ চাণক্যই

গৃহমন্ত্ৰী অমিত শ্বাহ ৩দিনীয়া কাৰ্যসূচীৰে মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল । সকলোৱে ভাবিছিল যে মধ্য প্ৰদেশত বিজেপি দলত দেখা দিয়া বিসম্বাদৰ অন্ত পৰিব । কিন্তু মধ্য প্ৰদেশৰ যবলপুৰত অলপতে নিজৰ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ নকৰাৰ বাবে বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড…

প্ৰচাৰৰ পৰা বাহিৰ হ’ল প্ৰধানমন্ত্ৰী !

ভোটাৰ ৰাইজৰ ক্ষোভত বিব্ৰত মধ্য প্ৰদেশত একেলেথাৰিয়ে দীৰ্ঘ কালৰ বাবে শাসনত থকা বিজেপি দলৰ নেতৃত্ব ।২০০৩ চনৰ পৰা শাসনত থকা বিজেপি দলটো মাজত মাত্ৰ ১৫ মাহৰ বাবে শাসনত নাছিল । দীৰ্ঘ সময় শাসনত থাকিও জনতাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰি…

ৰাহুলৰ ওচৰত আত্মসমৰ্পণ বিজেপিৰ !

বিজেপি দল তথা প্ৰধানমন্ত্ৰী মোডীৰ এতিয়া প্ৰধান লক্ষ্য হৈ পৰিছে প্ৰিয়ংকা গান্ধী । ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী এতিয়া প্ৰধানমন্ত্ৰীৰ বাবে চকুৰ কূটা দাঁতৰ শূল । ৰাহুল গান্ধীক কোনো পধ্যেই নিয়ন্ত্ৰণলৈ আনিব নোৱাৰি এইবাৰ দলটোৱে লক্ষ্য কৰি লৈছে প্ৰিয়ংকা গান্ধীক…

বিজেপিয়ে প্ৰচাৰেই চলাব নে ‘কাজিয়া’ ভাঙিব?

ৰাজস্থানত এইবাৰ প্ৰচলিত পৰম্পৰা ভংগ হোৱাৰ দিশে । প্ৰায় প্ৰতিটো নিৰ্বাচনতেই ৰাজস্থানত এবাৰ যদি কংগ্ৰেছ আহে,তাৰ পিছৰ বাৰ বিজেপি অহাটো পৰম্পৰাৰ দৰেই । কিন্তু এইবাৰ ৰাজ্যখনত ভাঙিব এই পৰম্পৰা। প্ৰাৰ্থিত্ব তালিকা ঘোষণা হোৱাৰ পিছতে তোলপাৰ লাগিছে ৰাজ্যখনত । কংগ্ৰেছ দলত…

পুনৰ কংগ্ৰেছলৈ এগৰাকী মুখ্যমন্ত্ৰী !

পঞ্জাবত হ’ব এক শক্তিশালী ৰাজনৈতিক পৰিবৰ্তন ।শীঘ্ৰেই ৰাজ্যখনত শক্তিশালী হ’ব কংগ্ৰেছ দলটো ।পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ দল ত্যাগ কৰি নিজাকৈ নতুন দল খুলিছিল প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই তেওঁ বিজেপিতো যোগদান কৰিছিল । পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে…

প্ৰধানমন্ত্ৰী মোডীক লৈ অসন্তুষ্ট RSS !

শাসক দল বিজেপি আৰু RSS ৰ মাজৰ সম্পৰ্ক সৰ্বজনবিদিত  । বিজেপি দলটোৰ বহুবোৰ দিশ নিয়ন্ত্ৰণ কৰে RSS এ । RSSৰ অনুমোদনতেই দেশত ২০১৪ চনত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোডী । ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি…