Investigative reporting with dedication.
বিজেপিৰ অংকত জংকপংক,প্ৰাৰ্থিত্বই নাপালে ৭৮ বিধায়কে

দেশৰ আন ৪ ৰাজ্যৰ লগতে মধ্য প্ৰদেশতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে নামি পৰিছে শাসক তথা বিৰোধী শক্তি।ইতিমধ্যে বিজেপিয়ে আগন্তুক বিধানসভাৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকাও ঘোষণা কৰিলে। দলটোৱে ইয়াৰ প্ৰথমখন তালিকা আগষ্ট মাহতে ঘোষণা কৰিছিল।সোমবাৰে ঘোষিত প্ৰাৰ্থী…










