Category ৰাজনীতি

ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব,হতাশ বিজেপি !

ৰাজস্থানত বিজেপিৰ হৈছে নগুৰনাগতি  । বিজেপিক কেৱল লাগে উপযুক্ত প্ৰাৰ্থী । তেওঁলোকে বিচাৰিছে কেৱল জয়ী হ’বলগীয়া প্ৰাৰ্থী । ৰাজস্থানত বিজেপিয়ে নিৰ্দিষ্ট কৰি দিছে কেইটামান চৰ্ত । প্ৰাৰ্থিত্ব দিয়াত আপত্তি নাই কিন্তু জয়ী হ’ব লাগিব প্ৰাৰ্থী গৰাকী । অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী,আন দলৰ…

বিজেপি নেতাৰ ভাষণ মানেই খালী আসন !

মিছা কৈ কৈ অভ্যাসেই হ’ল নেকি গৃহমন্ত্ৰী অমিত শ্বাহৰ ?য’তে ত’তে কেৱল ইটোৰ পিছত সিটো মিছা কথাই কিয় কয় বিজেপি নেতৃত্বই ?প্ৰায় প্ৰতিগৰাকী বিজেপি নেতাৰ মতে ২০১৪ চনৰ আগলৈকে দেশত নাছিল কোনো IIT,IIM,NIT অথবা AIIMS.আনকি গৃহমন্ত্ৰী অমিত শ্বাহেও সেই কথা…

কংগ্ৰেছ নহয়,বিজেপিমুক্তহে হ’ব পঞ্জাৱ !

দেশত অত্যন্ত বেয়া দিন চলিছে বিজেপিৰ । অত্ছে দিনৰ শ্লোগান দিয়া বিজেপিৰ চলিছে নিজৰে বেয়া দিন । দেশৰ পাঁচ ৰাজ্যত নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন । ইফালে দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত আছে মাথোন ৫ টা মাহ ।বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া…

বসুন্ধৰাই যদি এৰে দল,বিজেপি ৰাজস্থানত ৰসাতলে গ’ল !

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক লৈ ভয়ংকৰ সংকটত পৰিছে বিজেপি ।যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে ।  দলটোৱে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ৰাজস্থান বিজেপিত…

Exclusive: বৃহৎ বেংক জালিয়াতি : এপেক্স বেংকত বিশ্বজিত ফুকনৰ ঘনিষ্ঠৰ সিন্ধি

অৰূপ কলিতা এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে  ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক অসম কো…

মণিপুৰৰ প্ৰভাৱ মিজোৰামতো ,মিজোৰামত ভোট বিচাৰিবলৈকে লাজ বিজেপিৰ !

উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ লগতে দেশৰ আন ৪ খন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা নবেম্বৰ মাহত।অহা ৭ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনকলৈ শাসক -বিৰোধী সকলো ব্যস্ত ।কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে শাসক -বিৰোধী দুয়োটা পক্ষই ব্যস্ত কেৱল হিন্দী বলয়ৰ ৰাজ্য…

শক্তিমানক গংগাধৰ বনোৱাৰ ফল ভুগিছে বিজেপিয়ে !

যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে। বিজেপি দলে ইতিমধ্যে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ৰাজস্থান বিজেপিত আৰম্ভ হৈছে হাংগামা । ৰাজস্থান বিধানসভাৰ বাবে বিজেপিয়ে সোমবাৰে ৪১…

হিটলাৰেও দিছিল ১৪ বছৰত নোহোৱা কাম ৪ বছৰত কৰাৰ প্ৰতিশ্ৰুতি

‘অচ্ছে দিন’ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰাটো কোনো নতুন ৰাজনৈতিক কৌশল নহয় ।  বিশ্ব ইতিহাসৰ কুখ্যাত শাসক হিটলাৰেও দিছিল ‘অচ্ছে দিন’ৰ শ্ল’গান । অৰ্থাৎ ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল এডল্ফ হিটলাৰ । আজিৰ কোনো কোনো নেতাই যিদৰে ৬০ বছৰৰ…

পঞ্চপাণ্ডৱ নহয়, এইবাৰ ৰাজনীতিত পঞ্চগান্ধীহে !

এজন গান্ধীয়েই জ্বলাকলা খুৱাইছে বিজেপি দলটোক । একেটা সময়তে গান্ধী বুলি ক’লেই পেটতে হাতভৰি লুকুৱাৰ দৰে পৰিস্থিতি হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷সেই সময়তে ৫ গৰাকী গান্ধী লগ লাগিব বিজেপিৰ বিৰুদ্ধে৷কোন এই ৫ গৰাকী গান্ধী?কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনিয়া…

য’তেই প্ৰধানমন্ত্ৰী ,ত’তেই ৰাৱণৰ মূৰ্তি !

যিমানেই দিন বাগৰিছে,সিমানেই দেশত জোৰেৰে বলিছে নিৰ্বাচনী বতাহ৷দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন ৬ টা মাহ৷তাৰ মাজতে আকৌ ৫ খন বৃহৎ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। ইফালে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বিজেপিৰ লাগিছে খকাখুন্দা। নিজৰ নেতা নৰেন্দ্ৰ মোডীক সুৰক্ষা দিবলৈ তৎপৰতা…