শ্ৰেণী ৰাজনীতি

হিন্দু-মুছলমান নহয়, এইবাৰ বৰাক-ব্ৰহ্মপুত্ৰৰ ৰাজনীতি

অসম চুক্তিৰ ৬ নং দফাক লৈ গঠিত কমিটীৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে কেন্দ্ৰৰ গৃহ বিভাগে৷ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈও শেষত মূৰপোলোকা মাৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ তাৰ বিপৰীতে অসম চৰকাৰে এই প্ৰতিবেদনৰ ৪০ পৰামৰ্শ…

২০২৪ৰ আমৰিকাৰ ভোটযুদ্ধঃ কিয় সাক্ষাৎ নহ’ল ড’নাল্ড ট্ৰাম্প-নৰেন্দ্ৰ মোদীৰ?

২০১৯ ত মোদীয়ে দিছিল ‘ অব কী বাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গান ২০২০ ত আহমেদাবাদত ট্ৰাম্পক মোদীয়ে জনাইছিল উষ্ম আদৰণি ২০২৪ ত কিয় ট্ৰাম্পৰ ওচৰ নাচাপিল নৰেন্দ্ৰ মোদী অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২০২৫ চনৰ জানুৱাৰী মাহত…

আমেৰিকতৰ ২০২৪ৰ ভোটযুদ্ধঃ কি হ’বলৈ গৈ আছে এইবাৰ?

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সলনি ডেম’ক্ৰেটিক দলে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে মনোনীত কৰাৰ পাছৰে পৰাই অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে এইবাৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ আকৰ্ষণীয়…

নৰেন্দ্ৰ মোদীৰ বন্ধু গৌতম আদানিৰ দখলত দেশৰ বিদ্যুৎ খণ্ড

দেশত এতিয়া চলিছে আদানিৰে বাবে আদানিৰ চৰকাৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিৰ দখলত সোমাই পৰিছে দেশৰ বিদ্যুৎ খণ্ড৷ অসমৰ স্মাৰ্ট মিটাৰ যোগানৰ ৮৪৪ কোটি টকাৰ ঠিকা লাভ কৰা আদানিৰ স্বাৰ্থতে বিদ্যুৎ ক্ৰয়ৰ নিবিদা আহ্বান কৰিছে ইখনৰ পাছত সিখন…

নীতিশ কুমাৰে আকৌ মাৰিব নেকি লুটি-বাগৰ?

বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শেহতীয়াকৈ আৰম্ভ কৰিলে তেওঁৰ পুৰণি পৰম্পৰা৷ ক্ষমতাৰ বাবে সকলো জলাঞ্জলি দিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চলিত বৰ্ষৰ ৩০ জানুৱাৰীত বিজেপিৰ লগ লাগিছিল যদিও কিন্তু তেওঁ যিকোনো মুৰ্হুততে সিদ্ধান্ত সলনি কৰিব পাৰে বুলি সদায় সন্দেহ আছিল সকলোৰে মনত৷…

নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ

২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷

অত্যুৎসাহী নহওক কংগ্ৰেছঃ আহ্বান বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ

২০২৪ চনৰ লোকসভা নির্বাচনে এইটো নিশ্চিত কৰা নাই যে কংগ্ৰেছে অকলে গোটেই খেলখন জিকিব পাৰিব৷অলপতে উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ মই ভাবোঁ, উপ-নির্বাচনত মিত্ৰদলক এখন দুখন আসন এৰি দিলে কংগ্ৰেছৰ ডাঙৰ ক্ষতি নহয়৷ ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত…

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।
১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।

যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ

ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয় পতাকাৰ বাহিৰে নিৰ্বাচনৰ কোনো পৰিৱেশেই নাই। ই…

চৰম প্ৰৱঞ্চনাঃ প্ৰধানমন্ত্ৰীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

পেকেজৰ নামত প্ৰতাৰণা। ২০১৭ ৰ ১ আগষ্টত উত্তৰ পূৱৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।