শ্ৰেণী ৰাজনীতি

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?

বিশ্বত ভাৰতক লাজত পেলোৱাৰ ঠিকা দিয়া আছে নেকি গৌতম আদানীক?

বিশ্বৰ প্ৰেক্ষাপটত পুনৰ ঋণাত্মক বাতৰিৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বন্ধু গৌতম আদানী। এইবাৰ প্ৰায় ২২০০ কোটি টকা বা ২৬৫ মিলিয়ন us dollar উৎকোচ দিযাৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ…

মন্ত্ৰী পীযুষ হাজৰিকাই নোকোৱা কথাবোৰ কি?

জাগীৰোড কাগজ কল বন্ধ হোৱাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ বিশেষ মন্তব্য কৰিছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে – আঢ়ৈ হাজাৰ টকাৰ বাঁহ ডাঙৰ কোম্পানীয়ে চাৰে চাৰি হাজাৰ টকাত যোগান ধৰিছিল কাগজ কলক ৷ কংগ্ৰেছ চৰকাৰে দিছিল এই সুবিধা ৷…

থলুৱা বিষয়াক বহিষ্কাৰ, বহিৰাগত বিষয়াক পুৰস্কাৰ! চাৰ্জশ্বীটেড আই পি এছ বিষয়াক দিছপুৰত সংস্থাপন

ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা অসম আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ হৈছে ৰাজ্যৰ গৃহ বিভাগ৷ ইজনৰ পাছত সিজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে, নিলম্বন কৰা হৈছে, বহিষ্কাৰ কৰা হৈছে৷ অভিযোগ লাভৰ পাছতেই অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা…

শিশু-খাদ্যৰ টকা কাঢ়িও ভৰাব লাগিব ৰাজকোষ! মধ্যাহ্ন ভোজনৰ টকা উভটাই ল’ব চৰকাৰে

হিতাধিকাৰী আঁচনিৰ নামত ৰাজকোষ উদং হোৱা ৰাজ্য চৰকাৰে এতিয়া মাহে মাহে ল’বলগীয়া হৈছে হাজাৰ কোটি টকা ঋণ। চৰকাৰখনৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈছেগৈ যে বিভিন্ন বিভাগলৈ মুকলি কৰি দিয়া পুঁজিৰ অব্যৱহৃত অংশ এতিয়া ঘূৰাই দিবলৈ নিৰ্দেশ দিছে। তদুপৰি মধ্যাহ্ন ভোজনৰ…

১-২ বিঘা নহয়, ১২ হাজাৰ বিঘা ভূমিত বেদখল! ক্ষমতা যেতিয়া হৈ পৰে আলাদ্দিনৰ চাকি!

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা পিআইএলত উত্তৰ কাছৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোচাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ৷ দেৱলাল গার্লোচাৰ বিৰুদ্ধে ৰাজীৱ লাংথাচা সহ তিনি ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজৰিত আবেদনত উন্মোচিত হৈছে ডিমা হাচাওত হাজাৰ হাজাৰ বিঘা বেদখলৰ বিস্ফোৰক…

মুখ্যমন্ত্ৰীৰ ৰাজনীতি উদঙালে অখিল গগৈয়ে

সংবিধান সংশোধন কৰিবলৈ ৰাজ্যসভা আৰু লোকসভাত প্ৰস্তাৱ গৃহীত হ’ব লাগিব। অৰ্থাত্ কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধন কৰি সাংবিধানিক সুৰক্ষাকৱচৰ ক্ষেত্ৰত বিশেষ অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰিলে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ এক ৰাজনৈতিক টোপৰ বাহিৰে একো নহয়। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ…

কোন কোন মন্ত্ৰীৰ দালালে দপদপাই আছে দিছপুৰত?

শেহতীয়াকৈ দিছপুৰত দালালৰাজৰ ঘাটি পতাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ বৰঘৰৰ মানুহ। বিজেপি নেতাৰ দ্বাৰা সংঘটিত ভুৱা ৱৰ্ক অৰ্ডাৰৰ ২৫০ কোটি টকীয়া প্ৰৱঞ্চনাৰ ঘটনাৰে সংযোগ ওলাইছে বিজেপি মন্ত্ৰীৰ বৰঘৰৰ। নয়ডাৰ ব্যৱসায়ীৰ পৰা আদিবাসী উন্নয়ন পৰিষদৰ বিচনা চাদৰ আৰু গাৰু ক’ভাৰ যোগানৰ…