Browsing Category
দেশ
কৰ্ণাটকত ‘ভাল দিন’ আহিব কংগ্ৰেছৰ?
ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছৰ ভাগ্যলৈ কিছু পৰিবৰ্তন আনিছে ।জনতা দল ( এছ) ৰ নেতা এইছ ডি কুমাৰস্বামীয়ে শীঘ্ৰেই যোগ দিব কংগ্ৰেছত।বৃহস্পতিবাৰে নিজেই তেওঁৰ এই সিন্ধান্তৰ বিষয়ে জনায়।প্ৰাক্তন মুখ্যমন্ত্ৰী…
কোলাৰটো হেৰুৱায়,বোকোচাৰটোলৈ মন তৃণমূলৰ
তৃণমূল কংগ্ৰেছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত অকলেই প্ৰতিন্দন্দ্বিতা কৰিব।তৃণমূল কংগ্ৰেছৰ সভাপতি মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দল কাৰো লগত মিত্ৰতাত অৱতীৰ্ণ নহয়।চিপিএম আৰু কংগ্ৰেছৰ বিজেপিৰ লগত 'বুজাবুজি' থকাৰ বিষয়ে উল্লেখ কৰি তৃণমূল নেত্ৰী…
হিন্দী কৈ প্ৰাণ গ’ল ১২জনৰ
ভাৰততে নিষিদ্ধ হিন্দী ভাষা । হিন্দী কোৱাৰ বাবে তালিবানী শাস্তি বিহিলে বিহাৰৰ লোকক।নিজ দেশতে নিজ দেশৰ মানুহৰ হাতত প্ৰাণ গ'ল ভাৰতীয়ৰ ।ভাৰত আৰু ভাৰতীয়ক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল এইখন দেশতে।
হিন্দী ভাষা কোৱাৰ বাবে তামিলনাডুবাসীয়ে হত্যা…
নাগালেণ্ডত নাৰীৰ ‘প্ৰথম খোজ’
পোন প্ৰথমবাৰৰ বাবে মহিলা বিধায়কৰ প্ৰৱেশ ঘটে নাগালেণ্ড বিধানসভাত।দুয়োগৰাকী মহিলা প্ৰাৰ্থীয়েই নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ NDPP ৰ প্ৰতিনিধি।পশ্চিম আংগামী সমষ্টিৰ পৰা চালহটৌনৌ ক্ৰুছে আৰু ডিমাপুৰ থ্ৰীৰ পৰা হেকানি জাখালু জয়ী…
বিজেপিত মোক্ষম আঘাত
মহাৰাষ্ট্ৰত বিজেপিৰ মুখ থেকেচা ।বিজেপি-শিৱসেনা শিবিৰত মোক্ষম আঘাত।১০ হাজাৰ ভোটত হাৰিল বিজেপি প্ৰাৰ্থী।মহাৰাষ্ট্ৰৰ কাচবা সমষ্টিত হাৰিল বিজেপি।কংগ্ৰেছ প্ৰাৰ্থী ৰবিন্দৰ ধানগেকাৰৰ জয়লাভ।ৰবিন্দৰে পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী হেমন্ত ৰাচানেক।কাচবা…
নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত কঠোৰ উচ্চতম ন্যায়ালয়
মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু আন নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ।তিনিজনীয়া এক বিশেষ পেনেল গঠন কৰা হ’ব।এই পেনেলত থাকিব প্ৰধানমন্ত্ৰী,লোকসভাৰ বিৰোধী দলপতি আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।বিৰোধী দলপতি…
BBC ক কঠোৰ সকীয়নি বিদেশ মন্ত্ৰীৰ
বুধবাৰে অনুষ্ঠিত এক দ্বিপাক্ষিক বৈঠকত বৃটেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেমচ ক্লেভাৰলিক কঠোৰ সকিয়নি দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্পষ্ট মত' ভাৰতত কাম কৰি থকা সকলো সংস্থাই দেশৰ আইন মানিবলৈ বাধ্য’।বিগত মাহত…
শাস্তি গণ্য কৰা হ’ল নামাজ পঢ়াটোক
মালেগাঁৱৰ দণ্ডাধীশে এজন মুছলমান অপৰাধীক প্ৰদান কৰিছে অদ্ভুত ৰায় ।ব্যক্তিজনে এটা দুৰ্ঘটনা সংঘটিত কৰিছিল।এই দুৰ্ঘটনা সম্পৰ্কত ভাৰতীয় দণ্ডবিধিৰ ৩২৩ ধাৰা অনুসৰি এক গোচৰ ৰুজু হৈছিল।দণ্ডাধীশ তেজৱন্ত সিং সান্ধুৱে বিগত ২৭ ফেব্ৰুৱাৰীত এক নিৰ্দেশৰ…
অতীত হ’ব থাকৰে !
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ দাবী যে খুব সোনকালেই উদ্ধৱ থাকৰেৰ লগত থকা সকলে যোগ দিব সিন্দে শিবিৰত।নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম আৰু প্ৰতীকৰ কৰ্তৃত্ব সিন্দে পন্থীক অৰ্পণ কৰাৰ পিছত এইবাৰ শিৱসেনাক লৈ আশাবাদী হৈ পৰিছে সিন্দে।১৯৬৬ চনতে…
সলনি হ’ল ৰাহুল গান্ধী !
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ ৰূপ।বিগত ১৭০ দিন ধৰি দাড়ি নকটাকৈ আছিল ৰাহুল গান্ধী।
শেহতীয়াকৈ তেওঁ ট্ৰীম কৰিলে দাড়ি।কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত হৈছে ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ…