Investigative reporting with dedication.
ঘৰৰ কথা পৰক ক’লে ৰাহুল গান্ধীয়ে,ক্ষুব্ধ বিজেপি

উল্লেখযোগ্য যে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে বৃটেইনলৈ আমন্ত্ৰিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ওপৰিও দেশখনত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী দল বিজেপিক সমালোচনা কৰি কয় যে বিজেপিয়ে সদায়ে ক্ষমতাত থাকিব…










