Investigative reporting with dedication.
কুকুৰৰ কথা কোৱা বিধায়ক জে’ললৈ !

মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কৰ মন্তব্যই কঁপাইছে উত্তৰ পূব।অন্য ৰাজ্যৰ মানুহে নাগালেণ্ডৰ লোকে কুকুৰ,সাপ,বৃশ্চিক আদি আহাৰ হিচাপে গ্ৰহণ কৰে বুলিয়েই ধাৰণা কৰে ।কিন্তু এইবাৰ মহাৰাষ্ট্ৰৰ এজন বিধায়কে অসমৰ ক্ষেত্ৰত এই মন্তব্য দি বেয়াকৈ মুখথেকেঁচা খাবলগীয়া হৈছে।মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাড্ডুৱে তেওঁলোকৰ ৰাজ্যত দেখা…










