শ্ৰেণী ৰাষ্ট্ৰীয়

কন্যাই হত্যা কৰিলে মাতৃক

মুম্বাইৰ লালবাগ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এগৰাকী মহিলাৰ এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে প্লাষ্টিকৰ বেগত।বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো এগৰাকী ৫৩ বছৰীয়া মহিলাৰ।আৰক্ষীয়ে কেইবামাহো আগতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।মৃত মহিলাগৰাকীৰ কন্যাক ইতিমধ্যে আৰক্ষীয়ে সোধাপোচা আৰম্ভ কৰিছে।মৃত মহিলাগৰাকীৰ…

কিয় ক্ষমা খুজিব ৰাহুল গান্ধীয়ে?প্ৰশ্ন কংগ্ৰেছ সাংসদৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃটেইন ভ্ৰমণৰ সময়ত দিয়া ভাষণৰ বাবে ক্ষমা খোজাৰ দাবী তুলি আহিছে বিজেপি দলে।সোমবাৰে সদনৰ অধিৱেশন চলি থকাৰ সময়ত ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে বুলি সদনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল শাসক দল বিজেপিৰ সাংসদ সকলে।উল্লেখ্য যে কংগ্ৰেছ…

হাৰিয়ানা-ৰাজস্থানৰ ভোটাৰক নিয়ন্ত্ৰণ কৰিব ৰাম ৰহিমে

ডেৰা চ’চ্চা চ’ডাই ইয়াৰ ৰাজনৈতিক উং অথবা শাখা বন্ধ কৰিছে ।হাৰিয়ানা,পঞ্জাব আৰু ৰাজস্থানত যথেষ্ট জনসমৰ্থন তথা অনুগামী থকা ডেৰা চ’চ্চা চ’ডাই আগন্তুক হাৰিয়ানা আৰু ৰাজস্থান নিৰ্বাচনত কোনটো দলক সমৰ্থন কৰিব ,সেয়া ৰাজহুৱা কৰা নাই৷খুব কম দিনৰ ভিতৰতে এই বিষয়টো সম্পৰ্কত…

৬৬ % দৰমহা বাঢ়িব বিধায়কৰ

হয়,বিধায়কৰ দৰমহা বাঢ়িব।বৃদ্ধি পাব বিধায়কৰ দৰমহা৷বৰ্তমান লাভ কৰি থকা দৰমহাতকৈ প্ৰায় ৬৬% বৃদ্ধি হ’ব বিধায়কৰ দৰমহা।কেন্দ্ৰীয় শাসিত ৰাজ্য দিল্লীৰ বিধায়কৰ দৰমহা বৃদ্ধি পাব৷ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন।এতিয়াৰ পৰা দিল্লীৰ বিধায়কে আগৰ ৫৪ হাজাৰৰ পৰিবৰ্তে লাভ কৰিব প্ৰতি মাহে ৯০ হাজাৰকৈ দৰমহা।ইয়াৰ…

ভাৰতীয় হৈ লজ্জিত মই’ -নিজেই কৈছিল নৰেন্দ্ৰ মোডীয়ে

বিজেপিৰ সাংসদৰ দাবী যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনত কৰা মন্তব্যৰ বাবে সংসদত ক্ষমা খোজা উচিত।সোমবাৰে ৰাজ্যসভাত এই দাবী তোলে বিজেপিৰ সাংসদে।শাসক দলৰ এই দাবীৰ বিৰোধিতাৰে সোমবাৰে সদন উত্তাল কৰে কংগ্ৰেছ দলে।শাসক দলৰ এই দাবীৰ বিপৰীতে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই…

বন্ধ হ’ব সমলিংগৰ বিবাহ !

উচ্চতম ন্যায়ালয়ত সমলিংগৰ বিবাহ সম্পৰ্কত সোমবাৰে শুনানি হোৱাৰ কথা।২০১৮ চনৰ পৰাই হোমোছেক্সচুৱেলটিক অপৰাধ হিচাপে গণ্য কৰা হোৱা নাছিল।কিন্তু সমলিংগৰ বিবাহক ভাৰতীয় আইনে গ্ৰহণীয় বুলি ৰায় দিয়া নাছিল।তদুপৰি ভাৰত চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এই সমলিংগৰ বিবাহৰ বিৰোধিতা কৰি আহিছে৷ভাৰতীয় পৰম্পৰাত…

মাত্ৰ ৭১২ টকাত ষ্টাৰ হোটেলৰ সুবিধা !

সময়,ব্যস্ততা,ধন,ঠাই ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে পৃথিৱীত ।সেয়ে মানুহেও কৰিছে অদ্ভুত চিন্তা।কেনেকৈ কম ব্যয়ত অধিক সুবিধা গ্ৰাহকলৈ আগবঢ়াব পাৰি তাৰ বাবে যেন চলিছে এক অবাধ প্ৰতিযোগিতা।তেনে এক প্ৰতিযোগিতাৰ বাবেই এগৰাকী ব্যক্তিয়ে লাভ কৰিলে জীৱনত কেতিয়াও লাভ নকৰা এক অভিজ্ঞতা।এটা নিশা এনে…

বিৰোধীক প্ৰতিহত কৰাৰ উপায় একমাত্ৰ ED আৰু CBI

বিৰোধী লগ লাগিলেই টেনচন হয় বিজেপিৰ।বিৰোধী নেতাক জে’ললৈ পঠিয়াবলৈ নানান পৰিকল্পনা বিজেপিৰ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক শেহতীয়াকৈ জে’ললৈ পঠিওৱাৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ।বিগত বৰ্ষত বিজেপিৰ লগত মিত্ৰতা ভংগ কৰি জনতা দল (ইউ)ৰ নেতা…

প্ৰধানমন্ত্ৰীক কঠোৰ সকীয়নি,কিন্তু কাৰ?

‘চাহেব,আপুনি মোক জে’লত ৰাখি মোক সমস্যাত পেলাব পাৰিব।কিন্তু আপুনি মোৰ কামৰ স্পৃহাত বাধা দিব নোৱাৰে।বৃটিছ শাসকেও স্বাধীনতা সংগ্ৰামী সকলক কষ্ট দিছিল।কিন্তু তেওঁলোকৰ কামৰ গতি কমা নাছিল’- এই বাৰ্তা দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ।এক টুইটাৰ বাৰ্তাৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰে…

ৰং সানি চৰ খালে ভাৰতীয়ই

জাপানৰ পৰা অহা এজন পৰ্যটকে জ্বলাকলা খালে ভাৰতত।ফাকুৱাৰ সময়ত ভাৰতলৈ আহি ত্ৰাহিমধুসূদন দেখিলে এগৰাকী যুৱতীয়ে।জাপানৰ পৰ্যটক গৰাকী ভাৰতলৈ আহি দিল্লীৰ পাহাৰগঞ্জত আছিল।মহিলা পৰ্যটক গৰাকীক বলপূৰ্বকভাৱে ফাকুৱা সনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল।ভিডিঅ’টোত মহিলা গৰাকীক জোৰজৱৰদস্তি ধৰি ফাকু লগোৱাৰ লগতে কণী…