Browsing Category
দেশ
মিছন ৪০০
২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ হাতত আছে মাত্ৰ এটা বছৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিব পাৰিবনে?হিমাচল প্ৰদেশকে ধৰি মেঘালয়,নাগালেণ্ডত দলটোৱে নিজাববীয়াকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা…
মহিলাৰ বাবে সংৰক্ষণ লাগিবই !
ভাৰত ৰাষ্ট্ৰ সমিতিৰ জ্যেষ্ঠ নেত্ৰী কে কবিতাই শুকুৰবাৰে দিল্লীত এক অনশন কাৰ্যসূচী আৰম্ভ কৰে ।মুঠ ১২ টা বিৰোধী দলে এই অনশন কাৰ্যসূচীত অংশ লোৱাৰ কথা।তৃণমূল কংগ্ৰেছ,নেশ্যনেল কংগ্ৰেছ পাৰ্টি,জনতা দল(ইউ),ৰাষ্ট্ৰীয় জনতা দল ,সমাজবাদী পাৰ্টিয়ে এই…
কপালত নাই ফোঁট,জকি উঠিল বিজেপি সাংসদ
কৰ্ণাটকৰ বিজেপি সাংসদৰ অদ্ভুত কাণ্ড !নাৰী দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ আহি নাৰীকেই কৰিলে অভব্য আচৰণ।কৰ্ণাটকৰ বিজেপি সাংসদ এছ মুনিস্বামীয়ে বুধবাৰে আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ এক কাৰ্যসূচীত অংশ ল’বৰ বাবে এক প্ৰদৰ্শনীৰ প্ৰাংগণত উপস্থিত হৈছিল।…
বলেৰে নোৱাৰি চলেৰে ক্ষমতা লোৱাৰ আঁচনি বিজেপিৰ
তামিলনাডুত হিন্দী কোৱাৰ বাবে বিহাৰীক মৰা কথাটো কিমান সঁচা?তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই বাতৰিক বিভ্ৰান্তিকৰ আৰু উৰাবাতৰি আখ্যা দিছে।ষ্টেলিনৰ মতে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে এয়া বিজেপিৰ ষড়যন্ত্ৰ।
তামিলনাডুত বিহাৰী শ্ৰমিকক আক্ৰমণৰ…
জুইৰ লগত খেলিছে বিজেপিয়ে?
তেলেংগানাৰ মন্ত্ৰী কে টি ৰামাৰাও বৃহস্পতিবাৰৰ দিনটোত আক্ৰমণাত্মক হৈ পৰে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে।
মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত একো মন্তব্য নিদিয়াৰ বিষয়টো উল্লেখ কৰি কয় যে গৌতম…
বিৰোধীৰ ভয়ত কঁপিছে বিজেপি
দিল্লীত শুকুৰবাৰে অনশনত বহিব ১৮ টা ৰাজনৈতিক দলে।অনশন বন্ধ কৰাৰ বাবে বিজেপিয়ে ৰচিছে এক পৰিকল্পনা।পৰিকল্পনা অনুসৰি ভাৰত ৰাষ্ট্ৰ সমিতিৰ এমএলচি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক বৃহস্পতিবাৰে ইডিয়ে তলব কৰিছিল।দিল্লীৰ…
চীনৰ চিচি কেমেৰা আছে নেকি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত?
উল্লেখযোগ্য চীনৰ চিচি কেমেৰা চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়ায় অৰুণাচলৰ বিধায়ক নিনং এৰিঙে।বিধায়ক গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীলৈ এই আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰে। ইতিমধ্যে এই পত্ৰক গুৰুত্বপূৰ্ণ হিচাপে…
বিৰোধীৰ পত্ৰৰ প্ৰতিশোধ বিজেপিৰ !
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীৰ ঘৰত সোমবাৰে তালাচী চলোৱাৰ পিছত মঙলবাৰে পুনৰ চিবিআইয়ে ৰাৱৰী দেৱীৰ জীয়ৰী মিছা ভাৰতীৰ গৃহত তালাচী চলাবলৈ উপস্থিত হয়গৈ। চাকৰিৰ বিনিময়ত ভূমি লোৱা গোচৰত অভিযুক্ত ৰাৱৰী দেৱীৰ ঘৰত সোমবাৰে তালাচী চলায়…
ঘৰৰ কথা পৰক ক’লে ৰাহুল গান্ধীয়ে,ক্ষুব্ধ বিজেপি
উল্লেখযোগ্য যে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে বৃটেইনলৈ আমন্ত্ৰিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ওপৰিও দেশখনত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল…
তিপ্ৰা বিজেপিৰ B টীম?
ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছতে সুৰ সলনি হৈছে তিপ্ৰা মথাৰ নেতা প্ৰদ্যুত মাণিক্য দেৱবৰ্মনৰ।সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীক তিপ্ৰা মথাৰ নেতাগৰাকীয়ে সাক্ষাৎ কৰাৰ কথা।নিৰ্বাচনৰ আগত কোনো পধ্যেই বিজেপিৰ লগত হাত নিমিলোৱাৰ…