Browsing Category
দেশ
কিহৰ ছদ্মবেশত আছে অমৃতপাল সিং?
বিগত ১৮ মাৰ্চৰ পৰা পলাই থকা অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীয়ে তালাচী অভিযান জোৰদাৰ কৰিছে যদিও কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই।'ৱাৰিছ পাঞ্জাৱ দে'ৰ মূৰব্বী অমৃতপাল সিঙৰ ১৮ মাৰ্চৰ পৰা আৰক্ষীয়ে কোনো সন্ধান লাভ কৰা…
নতুন ৰণনীতি বিজেপিৰ,কি এই ৰণনীতি?
চাৰি ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনকলৈ বিজেপিৰ নতুন অংক।ৰাজস্থান,দিল্লী,বিহাৰ আৰু ওডিছাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সলনি কৰিছে দলটোৱে।ৰাজস্থানত সতীশ পুনীয়াৰ পৰিবৰ্তে চি পি যোশীক সভাপতিৰ পদত অধিষ্ঠিত কৰিছে বিজেপিয়ে।আনহাতে বিহাৰত বিধায়ক…
নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ সাংসদ ?
শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেট্টাৰ্জীয়ে খুলিছে মুখ।দুৰ্নীতিৰ বিৰুদ্ধে সততেই সৰৱ বিজেপিৰ তিনিগৰাকী মুধাফুটা নেতাৰ নাম আখৈ ফুটাদি ফুটিল প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ…
হুলেৰে হুল কঢ়াৰ মন বিজেপিৰ
বিজেপিৰ বিৰুদ্ধে প’ষ্টাৰিঙৰ পোতক তুলিবলৈ এইবাৰ বিজেপিয়ে আৰম্ভ কৰিছে আপৰ বিৰুদ্ধে প’ষ্টাৰিং।' মোডী হটাও,দেশ বচাও' শ্লোগানেৰে দেশৰ ৰাজধানী চহৰ দিল্লীত প’ষ্টাৰিং হোৱাৰ বিৰুদ্ধে প্ৰায় ১৩৮ টা গোচৰ ৰুজু হৈছিল।মোডীৰ বিৰুদ্ধে প্ৰায় ২ হাজাৰ প’ষ্টাৰ…
নতুন সংকটত ৰাহুল গান্ধী
ৰাহুল গান্ধীৰ নতুন বিপদ !২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।চুৰাট আদালতে দোষী সাব্যস্ত কৰে কংগ্ৰেছ নেতাগৰাকীক। বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে…
ত্ৰাহিমধুসূদন সোঁৱৰিছে পুৰী জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই
ভুৱনেশ্বৰত অৱস্থিত পুৰী জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই ১২শতিকাৰ পৰাই মন্দিৰটোৰ বিৰতিবিহীনভাৱে পূজা অৰ্চনা অব্যাহত ৰাখিছে।কিন্তু শ শ বছৰ প্ৰাচীন এই মন্দিৰটো অতীতৰ পৰাই এন্দুৰ-নিগনিৰ বিচৰণস্থলী হিচাপে বিখ্যাত।মন্দিৰটোত এন্দুৰৰ উপদ্ৰৱ হ্ৰাস কৰাৰ…
ধৰ্মগ্ৰন্থই সংগী মণীষ ছিছ’ডিয়াৰ
দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।অহা ৫ এপ্ৰিললৈ ন্যায়িক জিম্মাতে থাকিব ছিছ’ডিয়া।বুধবাৰে ৰাউচ এভেনিউ কৰ্টে এই ৰায় প্ৰদান কৰে।উল্লেখ্য যে দিল্লীৰ নতুন আবকাৰী নীতিৰ কেলেংকাৰী সন্দৰ্ভত বিগত মাহত…
চাকৰি এৰিছে হাজাৰ হাজাৰ সৈনিকে
৫ বছৰত ৫০ হাজাৰতকৈ অধিক লোকে সৈনিকৰ চাকৰি ত্যাগ কৰিছে দেশত।দেশৰ অৰ্ধসামৰিক বাহিনীৰ ৫০ হাজাৰতকৈ অধিক সৈনিকৰ চাকৰি ত্যাগ।বিগত ৫ বছৰত ৫০,১৫৫ গৰাকী সৈনিকে এৰিলে চাকৰি ।ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দাখিল কৰিলে তথ্য।ৰাজ্যসভাত উত্থাপিত…
বিজেপিত এইবাৰ প’ষ্টাৰ ভূত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং হৈছে দেশৰ ৰাজধানী মহানগৰ দিল্লীত।প’ষ্টাৰৰ বিষয় 'মোডী হটাও দেশ বচাও'!এই শ্লোগানেৰে প্ৰায় ২০০০ প’ষ্টাৰ লগোৱা হৈছে নতুন দিল্লীত।দিল্লী আৰক্ষীয়ে ইতিমধ্যে ৰাজধানী মহানগীৰৰ বিভিন্ন প্ৰান্তৰ পৰা…
পুনৰ এলোপেথিক টাৰ্গেট ৰামদেৱৰ
এলোপেথি চিকিৎসাক সমালোচনা কৰি বাৰে বাৰে বিতৰ্কলৈ আহে যোগগুৰু ৰামদেৱ।ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদ কনক্লেভ ২০২৩ ৰ এক অনুষ্ঠানত অংশ লৈ যোগগুৰু গৰাকীয়ে এলোপেথি চিকিৎসাই কোনো কাৰণতে কেন্সাৰ,ডায়বেটিক,প্ৰেছাৰ আদি ৰোগ ভাল কৰিব নোৱাৰে বুলি উল্লেখ…