Investigative reporting with dedication.
অস্তমিত হোৱাৰ দিশে বিজেপিৰ সূৰুয ?

হয়,এখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে শ শ প্ৰতিবাদী জনতাই।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ বাসগৃহত জনতাই কৰিছে শিলাবৰ্ষণ।চিমংগা জিলাত থকা য়েডুৰাপ্পাৰ বাসগৃহত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰক্ষীয়ে বাঞ্জাৰা সম্প্ৰদায়ৰ যথেষ্ট সংখ্যক প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰিছে। অনুসূচিত জাতিৰ সংৰক্ষণৰ…










