সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

দেশতটো বাদেই,বিদেশতো প্ৰেমৰ দোকান !

ঘৃণাৰ নহয়, প্ৰেমৰ বাণী লৈ আমেৰিকাত ৰাহুল গান্ধী। কিছুদিন পূৰ্বে ব্ৰিটেইন ভ্ৰমণৰ পৰা অহা ৰাহুল গান্ধী এইবাৰ ১০ দিনীয়া কাৰ্যসূচীৰে উপস্থিত হলগৈ আমেৰিকাত। কেলিফৰ্ণিয়াত প্ৰবাসী ভাৰতীয়ৰ দ্বাৰা আয়োজিত এক সভাত ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা ৰাহুল…

হাতৰটো হেৰাল, বোকোচাৰটোলৈ আশা বিজেপিৰ !

কৰ্ণাটকত এক ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা বিজেপি যেন পুনৰ আশাহত হ’ল ৰাজস্থানক লৈ।দক্ষিণ ভাৰতৰ প্ৰৱেশ পথ কৰ্ণাটকতেই বিজেপিৰ প্ৰৱেশ বন্ধ হোৱা বিজেপিয়ে সপোন দেখিছিল ৰাজস্থান,মধ্য প্ৰদেশ,তেলেংগানাক লৈ।উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰফালে এইকেইখন…

বাৰাণসীত বিজেপিৰ বিৰুদ্ধে বিজেপি !

প্ৰধানমন্ত্ৰীৰ প্ৰতিন্দন্দ্বী হ’ব সুব্ৰমণিয়াম স্বামী !শনিৰ ৰোষত পৰিছে নেকি নৰেন্দ্ৰ মোডী?সঁচাকৈয়ে বিকল হ’ল নেকি মোডীৰ ৰথৰ চকা? কৰ্ণাটকৰ নিৰ্বাচনে ভালকৈয়ে এশিকনি দিলে বিজেপিক।কৰ্ণাটকৰ নিৰ্বাচনৰ পাছৰেপৰাই বিজেপিয়ে দলটোক পুনৰ ২০২৪ ত…

বিজেপিয়ে আমুৱালে মহাৰাষ্ট্ৰবাসীক !

মহাসৰ্বেক্ষণ সমীক্ষাত প্ৰকাশ পালে মহাৰাষ্ট্ৰবাসীৰ মনৰ কথা ! মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?মোডীক লৈ জনতা সুখী নে? কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা? কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ৯ টা বছৰ…

পিণ্ড নহয় হৰিদ্বাৰত বিসৰ্জন দিব অলিম্পিক পদক !

ন্যায়ৰ দাবীত সৰ্বস্ব ত্যাগৰ বাবে সাজু প্ৰতিবাদী মল্লযুঁজাৰু !প্ৰতিবাদী মল্লযুঁজাৰুৱে গংগাত বিসৰ্জন দিব নিজৰ অলিম্পিক পদক !মংগলবাৰে সন্ধিয়া হৰিদ্বাৰ ঘাটত পদক বিসৰ্জন দিব মল্লযুঁজাৰুয়ে ! ব্ৰীজভূষণৰ শাস্তিৰ দাবীত অনশনত বহিছে প্ৰতিবাদী…

হাৰি হাৰিও জিকি গ’ল ধোনী !

মেচখনৰ শেষৰটো বলত পেভিলিয়নত বহি ৪১ বছৰীয়া মানুহজনেও চকু মুদি দিছিল। হয়তো ভাবিছিল শেষৰটো বলে দলটোৰ ভৱিষ্যৎ কি নিৰ্ণয় কৰিব? হয়তো যুঁজি যুজি ভাগৰি পৰি আশা যেন একেবাৰে বাদেই দিছিল। কিন্তু আশা শেষমুহূৰ্তলৈকে হেৰুৱাই পেলোৱা নাছিল দলটোৰ আন…

ৰাজহ সংগ্ৰহৰ ফন্দি নেকি ৭৫ টকীয়া মুদ্ৰা?

নতুন সংসদ ভৱন উদ্বোধন উপলক্ষ্যে চৰকাৰে মুকলি কৰে ৭৫ টকীয়া মুদ্ৰা। বহুতে দেখিছে নতুন ৭৫ টকীয়া নোটৰ ছবি। একাংশৰ মাজত ৭৫ টকীয়া মুদ্ৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এই মুদ্ৰা সাধাৰণ ৰাইজে পাবনে? দৈনিক লেনদেনত ব্যৱহাৰ কৰিব পাৰিবনে? কেনেকৈ আৰু…

যন্তৰ মন্তৰত নিষিদ্ধ ধৰ্ণা!

মল্লযুঁজাৰুক ধৰ্ণাত বহিবলৈ অনুমতি নিদিয়ে দিল্লী আৰক্ষীয়ে।দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে অব্যাহত ৰখা প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে। দিল্লী আৰক্ষীয়ে সোমবাৰৰ পৰা বন্ধ কৰি দিছে যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ প্ৰতিবাদ। এতিয়াৰ পৰা মল্লযুঁজাৰু…

শান্তি চুক্তিয়ে সিঁচিলে অশান্তিৰ বীজ !

অসম-অৰুণাচল সীমান্তত পুনৰ আৰম্ভ হৈছে উত্তেজনা । বিফল হ'ল নেকি বহু আকাংক্ষিত শান্তি চুক্তি?সীমান্ত এলেকাত অৰুণাচলীয়ে নিৰ্মাণ কৰিলে ঘৰ, খুলিলে ৱাইন শ্ব'প ! সকলো দেখিও , চকু মুদা কুলিৰ ভাও ধেমাজি জিলা প্ৰশাসন আৰু বন বিভাগৰ।পুনৰ ধেমাজিত অসম…

সংসদ ভৱন উদ্ধোধনত ঘৃণাৰ ৰাজনীতি বিজেপিৰ !

বিগত দেওবাৰে সাংসদ ভৱন উদ্বোধনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।বিশাল আয়োজনেৰে অনুষ্ঠিত এই কাৰ্যসূচীত অনিমন্ত্ৰিত হৈ থাকিল দেশৰ সাংবিধানিক মূৰব্বী দেশৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি।উল্লেখ্য যে নতুন সংসদ ভৱন দেশৰ নিৰ্বাচিত প্ৰতিনিধিয়ে উদ্বোধন কৰাটোৰ…