শ্ৰেণী ৰাষ্ট্ৰীয়

কাৰ ষড়যন্ত্ৰত জ্বলিছে মণিপুৰ ?

জুই , ধোঁৱা আৰু আৰ্তনাদে ছানি ধৰিছে সমগ্ৰ মণিপুৰ । এম্বুলেন্সত জ্বলাই দিয়া হৈছে মাতৃ- সন্তানক । ঘৰে ঘৰে জ্বলিছে জুই । ভাতৃঘাটী আক্ৰমণত নিহত হৈছে শ শ লোক । কিন্তু নিমাত , মৌন প্ৰধানমন্ত্ৰী মোদী । মণিপুৰ জ্বলি আছে…

প্ৰজ্ঞা অৱজ্ঞা ভূপালৰ জীয়ৰীৰ

‘দা কেৰালা ষ্ট’ৰী’ চাই ঘৰ এৰিলে মধ্যপ্ৰদেশৰ যুৱতীয়ে।কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী।কামত নাহিল ‘দা কেৰালা ষ্ট’ৰী’ৰ কাহিনী।ঘৰ এৰি প্ৰেমিক ইউছুফৰ লগত বিয়াত বহিল নাৰ্ছিঙৰ ছাত্ৰী।মধ্যপ্ৰদেশৰ ভূপাল চহৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক কাহিনী।ভূপালৰ এজনী ১৯ বছৰীয়া ছোৱালীয়ে নিজৰ ঘৰ, পৰিয়ালক এৰি…

২০২৪ ত গেইম প্লেন কি হ’ব কংগ্ৰেছৰ?

বিগত ১৩ মে’ত কৰ্ণাটক জয়ৰ পাছত লোকসভাৰ নিৰ্বাচনক লৈ আশবাদী হৈ পৰিছে কংগ্ৰেছ।বিগত দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে যেন শেহতীয়া কৰ্ণাটক জয়েৰে ইয়াৰ হেৰুৱা অতীতৰ গৌৰৱ ঘূৰাই পাইছে।বিগত ডিচেম্বৰত হিমাচল প্ৰদেশ আৰু মে’ মাহত কৰ্ণাটকত জয়লাভ কৰাৰ…

‘জীৱন্ত বুদ্ধ’ৰ লগত ৰিজালে ৰাহুল গান্ধীক

ক্ষমতাৰ প্ৰতি লালায়িত নহয় ৰাহুল গান্ধী ! দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল গান্ধীয়ে ! কোনে কৰিছে মন্তব্য?বুদ্ধৰ সৈতে কোনে সাদৃশ্য পাইছে গান্ধীৰ? কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত চিলিকন ভেলীত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত এক আলোচনাত…

ভয়ংকৰ মন্দাৱস্থা,হেৰুৱাব পাৰে চাকৰি !

  প্ৰণৱ ডেকা 🖋️ 99570 83998 Recession অৰ্থাৎ মন্দাৱস্থা! আমি কলেজত যেতিয়া অৰ্থনীতিৰ কথা পঢ়িছিলোঁ তেতিয়া প্ৰায় এই শব্দটো শুনিছিলোঁ। কেতিয়াবা ভাবিছিলোঁ সকলো ঠিকেই চলি থাকিলে হঠাতে এনেকুৱা অৰ্থনৈতিক সংকট কেনেকৈ হৈ যায়, ব্যৱসায়বোৰ বন্ধ, মূল্যবৃদ্ধিৰ প্ৰকোপ আনফালে বহুতৰ চাকৰি…

মানৱতাৰ জয়গান প্ৰতিধ্বনিত হ’ল ওড়িশাত !

কোনে কয়, যান্ত্ৰিকতাৰ মাজত মানৱীয়তা হেৰাই গৈছে?এতিয়াও মানুহৰ হৃদয়ত স্পন্দিত মানৱতাৰ জয়গান ! হত্যা-হিংসা-দুৰ্নীতি-ধৰ্ষণ আদি বাতৰিৰ পৰা আঁতৰি এটা ইতিবাচক খবৰ -ওড়িশাৰ পৰা শিক্ষা লওঁ আহক! ওড়িশাৰ ৰেল দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ। ২ জুন দিনটো দেশবাসীৰ বাবে হৈ ৰ’ব…

বিজেপিক Bye Bye দিব মুন্দে পৰিয়ালে !

একেলেথাৰিয়ে কেন্দ্ৰত ৯ টা বছৰ শাসনত থকাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক লৈ যেন চৰম হতাশগ্ৰস্ততাত ভুগিছে প্ৰতিখন ৰাজ্যৰ বিজেপি নেতা-নেত্ৰী সকল।মধ্য প্ৰদেশ,তেলেংগানা,মণিপুৰ,ত্ৰিপুৰাৰ পিছত এইবাৰ বিসম্বাদৰ উকমুকনি ঘটিছে মহাৰাষ্ট্ৰত।এসময়ৰ জ্যেষ্ঠ বিজেপি নেতা গোপীনাথ মুন্দেৰ কন্যা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পংকজা মুন্দে…

ফুচুলাই ভোট নলয় কংগ্ৰেছে !

কংগ্ৰেছে পূৰণ কৰিব ৫ গেৰাণ্টী !জনতাৰ ধন পানীত নেপেলায় কংগ্ৰেছে !কিন্তু থাকিব terms & condition !কি হ’ব এই terms & condition বোৰ ? কৰ্ণাটকত শাসনলৈ অহা কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিছিল বহুবোৰ প্ৰতিশ্ৰুতি।কিন্তু তাৰে ৫ টা প্ৰতিশ্ৰুতিক গেৰাণ্টী হিচাপে…

নিৰ্বাচনো আহিল,মুছলমান প্ৰীতিও বাঢ়িল !

দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন আঙুলিৰ মূৰত গণিব পৰা কেইটামান মাহ।সেয়ে শাসক দল বিজেপিৰ লগতে আন বিৰোধী দলবোৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কোনে কিমান প্ৰতিশ্ৰুতি দি নিজৰ দলৰ সমৰ্থন গোটাব পাৰে তাক লৈ চলিছে এক অবাধ প্ৰতিযোগিতা।এই প্ৰতিযোগিতাত বিশেষকৈ মুছলমানসকল…

তথ্যচিত্ৰ হ’ব মোডীৰ ‘মন কী বাত’ !

কি থাকিব মোডীক লৈ নিৰ্মিত ‘মন কি বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত?মোডীৰ ‘মন কী বাত’ত চলা নাটকবাজিৰ কথাও থাকিবনে ‘মন কী বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত? কিমান নিৰ্ভৰযোগ্য আছিল মোডীৰ ‘মন কী বাত’ অনুষ্ঠান?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মনৰ কথাই ভাৰতৰ কথা…