শ্ৰেণী ৰাষ্ট্ৰীয়

‘ৰাৱণে’ই লগালে কেণা !

‘আদিপুৰুষ’ নামৰ চিনেমাখনক লৈ বিতৰ্কৰ অন্ত পৰা নাই।হনুমানক লৈ নিৰ্মিত এই চিনেমাখনক লৈ যিমানেই বিক্ষোভ বিৰোধিতা হৈছে সিমানেই আকৌ এটা চামে চিনেমাখনৰ প্ৰতি সমৰ্থনো আগবঢ়াইছে।ইফালে ‘আদিপুৰুষ’ৰ প্ৰদৰ্শনৰ বিৰোধিতাৰে হিন্দু সেনাই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক জনস্বাৰ্থ জড়িত আৱেদন।ন্যায়াধীশ তাৰা…

গঞ্জনা-সমালোচনাৰে অনাহুত হৈ উঠিব নেকি মোডীৰ আমেৰিকা ভ্ৰমণ?

মঙলবাৰৰ পৰা অৰ্থাৎ ২০ জুনৰ পৰা আৰম্ভ হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ।ৰাষ্ট্ৰপতি জ’ বাইদেনৰ আমন্ত্ৰণমৰ্মে আমেৰিকালৈ বুলি এয়া নৰেন্দ্ৰ মোদীৰ প্ৰথমটো যুক্তৰাষ্ট্ৰ ভ্ৰমণ কাৰ্যসূচী। অৱশ্যে ২০১৪ চনত প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা মোডীয়ে ছবাৰ আমেৰিকা ভ্ৰমণ…

সাংসদ হৈয়ে পুঁজিৰে বনালে ঘৰ !

তেলেংগানাৰ বিজেপি সাংসদ চয়ম বাপুৰাওৰ কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ।চয়ম বাপুৰাৱে সাংসদ পুঁজিৰ উন্নয়নৰ ধনেৰে সাজিলে নিজৰ ঘৰ আৰু পাতিলে পুতেকৰ বিয়া।বিজেপি সাংসদজনে নিজেই সোমবাৰে দলৰ এক আভ্যন্তৰীণ বৈঠকত স্বীকাৰ কৰে এই কথা।তেওঁ আনকি তেওঁৰ ঘৰ বনোৱাৰ সমৰ্থনত যুক্তি…

ভোটৰ আশাত গঠন কৰিছিল NEDA?

বিগত ৩ মে’ৰ পৰা একেৰাহে জ্বলিছে মণিপুৰ ।ঘৰ জ্বলিছে,মানুহ জ্বলিছে,মৃত্যু হৈছে নিৰীহ জনতাৰ !মণিপুৰ চৰকাৰ সম্পূৰ্ণভাৱে বিফল হৈছে৷ভয়ানকভাবে মুখথেকেঁচা খাইছে মণিপুৰৰ ডাবল ইঞ্জিন চৰকাৰ।বিগত প্ৰায় ডেৰ মাহৰো অধিক কাল কুকি-মেইতেৰ মাজৰ ভয়ানক সংঘৰ্ষত প্ৰাণ গৈছে প্ৰায় শতাধিক লোকৰ।উল্লেখ্য যে মণিপুৰ…

বিশ্বগুৰু হ’বলৈ গৈ মুখঠেকেচা প্ৰধানমন্ত্ৰী মোডীৰ !

এইবাৰৰ আমেৰিকা যাত্ৰা সুখকৰ নহ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিয়নো আমেৰিকা ভ্ৰমণৰ পূৰ্বে মাৰ্কিন সাংবাদিকে মোডীক উভতি ধৰিবলৈ সাজু হৈ উঠিছে।মোডীৰ ভ্ৰমণ সুখকৰ হ’বলৈ নিদিব আমেৰিকাৰ সাংবাদিকে। ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনক মোডীক হেঁচা দিবলৈ দাবী আমেৰিকাৰ সাংবাদিক সংস্থাৰ। আৰু ইয়াৰ…

সলনি হ’ব সোণৰ খনিৰ ৰাজ্য কৰ্ণাটক !

কৰ্ণাটকত শাসনৰ বাঘজৰী লোৱাৰ পিছৰে পৰা ছিদ্দাৰামায়া নেতৃত্বাাধীন কংগ্ৰেছ চৰকাৰখন বিভিন্ন ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ পৰিছে।বিজেপি চৰকাৰৰ দিনত গ্ৰহণ কৰা প্ৰায়বোৰ সিদ্ধান্তই সলনি কৰিছে কংগ্ৰেছে।বৃহস্পতিবাৰে ছিদ্দাৰামায়া কেবিনেটে বিজেপি চৰকাৰে গ্ৰহণ কৰা ধৰ্মান্তকৰণ বিৰোধী আইনখন বাতিল কৰে।তদুপৰি বিজেপি চৰকাৰে প্ৰবৰ্তন কৰা…

কিয় লোকসভা নিৰ্বাচন আগুৱাব ?

দেশত লোকসভা নিৰ্বাচন আগুৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে প্ৰায়সংখ্যক বিৰোধী দলেই।দেশৰ প্ৰায়বোৰ ৰাজ্যতেই এতিয়া পূৰ্ণগতিত বিজেপি দলত বিসম্বাদ আৰম্ভ হৈছে। অসম,মণিপুৰ,ত্ৰিপুৰা,মধ্য প্ৰদেশ,তেলেংগানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,কৰ্ণাটক সকলোতেই বিসম্বাদৰ উকমুকনি।তাৰ বিপৰীতে ২৩ জুনত বিহাৰত পুনৰ একত্ৰিত হ’ব বিৰোধী।২০২৪ চনৰ ৰণনীতি প্ৰস্তুত কৰিব বিৰোধীয়ে।তাতেই শংকিত…

একালৰ বৃন্দাবন একালত পৰে চন !

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ বিজেপি নেতা বইজনাথ সিং যাদৱে বুধবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে।উল্লেখ্য যে মধ্য প্ৰদেশৰ বইজনাথ সিং এগৰাকী প্ৰাক্তন কংগ্ৰেছী আছিল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত একে দিনাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।বুধবাৰে সেই একেজন নেতাই…

বিজেপিক বচাব পাৰিবনে ইউনিফৰ্ম চিভিল কোডে ?

মণিপুৰ জ্বলি আছে , আইন শৃংখলা অস্তিত্বহীন , উগ্ৰপন্থীৰে বিজেপি নেতাৰ যোগাযোগৰ অভিযোগ , তাৰ মাজতে এইবাৰ দেশৰ ৰাজনীতিলৈ আমদানি কৰা হৈছে এক নতুন বিতৰ্কৰ। হিন্দুত্ব আৰু নৰেন্দ্ৰ মোদীৰ সহায়ত বিজেপিৰ নিৰ্বাচন বিজয় সম্ভৱ নহয় বুলি আৰ এছে এছে সকীয়ণি…

পানী হিলৈ দলিয়ালে বিজেপিৰ গালৈ !

ইমান দিনে বিজেপিয়েহে বিৰোধীক প্ৰতিহত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ কথা শুনি আহিছে সকলোৱে।এইবাৰ কিন্তু বিজেপিক প্ৰতিহত কৰিলে কংগ্ৰেছে।ৰাজস্থানত সংঘটিত হ’ল এই ঘটনা৷মঙলবাৰে ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজস্থান বিজেপিয়ে।বিজেপিৰ সাংসদ কিৰোডী মিনাই ৰাজস্থানৰ জলজীৱন…