শ্ৰেণী ৰাষ্ট্ৰীয়

পানী হিলৈ দলিয়ালে বিজেপিৰ গালৈ !

ইমান দিনে বিজেপিয়েহে বিৰোধীক প্ৰতিহত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ কথা শুনি আহিছে সকলোৱে।এইবাৰ কিন্তু বিজেপিক প্ৰতিহত কৰিলে কংগ্ৰেছে।ৰাজস্থানত সংঘটিত হ’ল এই ঘটনা৷মঙলবাৰে ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজস্থান বিজেপিয়ে।বিজেপিৰ সাংসদ কিৰোডী মিনাই ৰাজস্থানৰ জলজীৱন…

মোদী চৰকাৰৰ নিয়ন্ত্ৰণত টুইটাৰ : টুইটাৰৰ প্ৰতিষ্ঠাপকৰ বিস্ফোৰণ

গণতান্ত্ৰিক দেশৰ এখন অগণতান্ত্ৰিক চৰকাৰ । জনগণৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ টুইটাৰক সকীয়ণি মোদী চৰকাৰৰ ।সংবাদ মাধ্যমৰ পাছত সামাজিক মাধ্যমতো চেঞ্চৰশ্বিপ চলাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ।চৰকাৰ বিৰোধী টুইট ডিলিট নকৰিলে ভাৰতত টুইটাৰ নিষিদ্ধ কৰি দিয়াৰ সকীয়ণি দিছিল মোদী চৰকাৰে ।এই…

মহাপৰাক্ৰমী’ হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি মণিপুৰীৰ !

হিমন্ত কোন? এই প্ৰশ্ন আমাৰ নহয়। এই প্ৰশ্ন উত্থাপন হৈছে মনিপুৰৰ পৰা। সংঘাতজৰ্জৰ মনিপুৰে এতিয়া প্ৰশ্ন কৰিছে, হিমন্ত বিশ্ব শৰ্মা কোন? মনিপুৰৰ জনপ্ৰিয় কাকত ‘ইম্ফল ফ্ৰী প্ৰেছ’ৰ সম্পাদকীয়ত উষ্মাৰে সোধা হৈছে, হিমন্ত কোন? সম্পাদকীয়টোত লিখিছে, আমি বুজি নাপাওঁ যে চুবুৰীয়া…

যুদ্ধ নহয়,বিদ্ৰোহ হ’ব কুৰুক্ষেত্ৰত !

দেশত পুনৰ এক বৃহৎ কৃষক আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে। ইতিমধ্যে এনে আন্দোলনৰ কথা ঘোষণা কৰিছে দেশৰ অগ্ৰণী কৃষক নেতা ৰাকেশ টিকাইটে। সোমবাৰে কৃষকৰ আন্দোলনত উত্তপ্ত হৈ পৰিল হাৰিয়ানাৰ কুৰুক্ষেত্ৰ। বিগত মঙলবাৰ অৰ্থাৎ ৬ জুনত কুৰুক্ষেত্ৰত কৃষকৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰাৰ…

২৩ জুনৰ পাটনাত বিৰোধীৰ ৰণচালি

কৰ্ণাটক নিৰ্বাচনত পৰাজয় , অস্তাচলত মোদীৰ মেজিক , আৰ এছ এছৰ কঠোৰ সকীয়ণি , তাৰ মাজতেই এইবাৰ চাৰিওদিশৰ পৰাই বিজেপি ঘেৰি ধৰাৰ প্ৰস্তুতি বিৰোধীৰ।জুন মাহতেই পাটনাত আৰম্ভ হ’ব বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ৰণচালি। তাৰিখ ২৩ জুন । স্থান -পাটনা , বিহাৰ  …

প্ৰেয়সীৰ মাংস সিজালে কুকাৰত !

গুৱাহাটীৰ বন্দনা,দিল্লীৰ শ্ৰদ্ধাতকৈয়ো ভয়াবহ কাণ্ড সংঘটিত হ’ল এইবাৰ মুম্বাইত।নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মনোজ ছৈনী নামৰ এজন ৫৬ বছৰীয়া ব্যক্তি।মুম্বাইৰ গীতানগৰ ফেজ ছেভেনত থকা আকাশদ্বীপ নামৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছে এক জঘন্য ঘটনা।মনোজ ছৈনী আৰু ৩২ বছৰীয়া…

মোদীৰ মেজিক , মোদীৰ চমক শেষ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমক শেষ । কেৱল মোদীৰ ভৰষাত আৰু হিন্দুত্বৰ বলত বিজেপিয়ে জিকিব নোৱাৰিব নিৰ্বাচন । আৰএছ এছৰ মুখপত্ৰ অৰ্গেনাইজাৰত এই সকীয়ণি প্ৰকাশ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে বিজেপি শিবিৰত ।শংকিত বিজেপিয়ে এইবাৰ অহংকাৰ এৰি পুৰণি সহযোগীসকলৰ কাষ চপাৰ প্ৰক্ৰিয়া…

হোৱাটচএপ ষ্টেটাছ দিওঁতে সাৱধান !

মহাৰাষ্ট্ৰৰ কোলহাপুৰত বুধবাৰে এক অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হয়।সামাজিক মাধ্যমত টিপু চুলতান আৰু ঔৰংগজেৱক লৈ দিয়া কিছু বিতৰ্কিত আপডেটৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয় কোলহাপুৰত।কলহাপুৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ চ’কত বুধবাৰে কেইবাটাও হিন্দুত্ববাদী সংগঠনে দোকান পোহাৰ ভাঙি ধ্বংসস্তুপত পৰিণত কৰাৰ লগতে কেইবাখনো…

চাহ খায় কৰা চৰ্চা বিফল,এইবাৰ টিফিন খাব বিজেপিয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ মাজত আছে প্ৰায় ন মাহ। এই নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। লগতে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুতৰ কাম। সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে প্ৰায় দহ ঘণ্টা লোকসভা নিৰ্বাচনৰ লগতে বিভিন্ন প্ৰসংগত বৈঠকত…

ড্ৰীমগাৰ্লে Bye Bye দিব বিজেপিক !

২০২৪ লৈ মনত পৰিলেই টেনচন বাঢ়ে বিজেপিৰ।কাৰণ প্ৰতিখন ৰাজ্যতেই বিজেপিৰ গতিগোত্ৰ ভাল নহয়।বিজেপি শাসিত ৰাজ্যবোৰত নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ। মধ্য প্ৰদেশ,তেলেংগানা,অসম,মণিপুৰ,ত্ৰিপুৰা,ৰাজস্থান সকলোতে বিজেপি নেতৃত্বৰ মাজত তীব্ৰ ক্ষোভে দেখা দিছে।তদুপৰি কৰ্ণাটকত শেহতীয়া নিৰ্বাচনত বাৰুকৈয়ে মুখথেকেঁচা খোৱাৰ…