শ্ৰেণী ৰাষ্ট্ৰীয়

ৰামহে সঁচা হ’ল বাকীবোৰ ফুটুকাৰ ফেন !

নহ’ল বছৰি ১ কোটি কৰ্মসংস্থাপন !নাহিল বিদেশৰ ক’লা ধন !নাঁতৰিল দুৰ্নীতি ! নহ’ল সুশাসন !নকমিল বস্তুৰ দাম !কি প্ৰতিশ্ৰুতি পালন কৰিলে বিজেপিয়ে?কি লৈ ভোট বিচাৰিব বিজেপিয়ে? ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ।ইতিমধ্যে বিজেপি নেতৃত্বাধীন NDA ই কেন্দ্ৰত…

নিজে পতা জালত নিজেই বন্দী বিজেপি ?

পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।কিন্তু মণিপুৰত চৰকাৰ গঠনৰ বাবে থাউকতে ইম্ফলত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত নিমাত,শব্দহীন,প্ৰতিক্ৰিয়াহীন।মণিপুৰ জ্বলা আজি সম্পূৰ্ণ এটা মাহ হ’ল…

দেশতটো বাদেই,বিদেশতো প্ৰেমৰ দোকান !

ঘৃণাৰ নহয়, প্ৰেমৰ বাণী লৈ আমেৰিকাত ৰাহুল গান্ধী। কিছুদিন পূৰ্বে ব্ৰিটেইন ভ্ৰমণৰ পৰা অহা ৰাহুল গান্ধী এইবাৰ ১০ দিনীয়া কাৰ্যসূচীৰে উপস্থিত হলগৈ আমেৰিকাত। কেলিফৰ্ণিয়াত প্ৰবাসী ভাৰতীয়ৰ দ্বাৰা আয়োজিত এক সভাত ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমেৰিকাত বসবাস কৰা…

হাতৰটো হেৰাল, বোকোচাৰটোলৈ আশা বিজেপিৰ !

কৰ্ণাটকত এক ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা বিজেপি যেন পুনৰ আশাহত হ’ল ৰাজস্থানক লৈ।দক্ষিণ ভাৰতৰ প্ৰৱেশ পথ কৰ্ণাটকতেই বিজেপিৰ প্ৰৱেশ বন্ধ হোৱা বিজেপিয়ে সপোন দেখিছিল ৰাজস্থান,মধ্য প্ৰদেশ,তেলেংগানাক লৈ।উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰফালে এইকেইখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।কৰ্ণাটক নিজৰ দখলৰ পৰা…

বাৰাণসীত বিজেপিৰ বিৰুদ্ধে বিজেপি !

প্ৰধানমন্ত্ৰীৰ প্ৰতিন্দন্দ্বী হ’ব সুব্ৰমণিয়াম স্বামী !শনিৰ ৰোষত পৰিছে নেকি নৰেন্দ্ৰ মোডী?সঁচাকৈয়ে বিকল হ’ল নেকি মোডীৰ ৰথৰ চকা? কৰ্ণাটকৰ নিৰ্বাচনে ভালকৈয়ে এশিকনি দিলে বিজেপিক।কৰ্ণাটকৰ নিৰ্বাচনৰ পাছৰেপৰাই বিজেপিয়ে দলটোক পুনৰ ২০২৪ ত কেন্দ্ৰত ক্ষমতাত বহুৱাবলৈ প্ৰতিখন ৰাজ্যতেই তৎপৰতা আৰম্ভ কৰিছে।যিমানেই তৎপৰতা বাঢ়িছে…

বিজেপিয়ে আমুৱালে মহাৰাষ্ট্ৰবাসীক !

মহাসৰ্বেক্ষণ সমীক্ষাত প্ৰকাশ পালে মহাৰাষ্ট্ৰবাসীৰ মনৰ কথা ! মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?মোডীক লৈ জনতা সুখী নে? কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা? কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ৯ টা বছৰ সম্পূৰ্ণ কৰিলে।এই সময়চোৱাত নৰেন্দ্ৰ…

পিণ্ড নহয় হৰিদ্বাৰত বিসৰ্জন দিব অলিম্পিক পদক !

ন্যায়ৰ দাবীত সৰ্বস্ব ত্যাগৰ বাবে সাজু প্ৰতিবাদী মল্লযুঁজাৰু !প্ৰতিবাদী মল্লযুঁজাৰুৱে গংগাত বিসৰ্জন দিব নিজৰ অলিম্পিক পদক !মংগলবাৰে সন্ধিয়া হৰিদ্বাৰ ঘাটত পদক বিসৰ্জন দিব মল্লযুঁজাৰুয়ে ! ব্ৰীজভূষণৰ শাস্তিৰ দাবীত অনশনত বহিছে প্ৰতিবাদী মল্লযুঁজাৰু৷ দিল্লীৰ ৰাজপথত প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুৱে লৈছে এক…

হাৰি হাৰিও জিকি গ’ল ধোনী !

মেচখনৰ শেষৰটো বলত পেভিলিয়নত বহি ৪১ বছৰীয়া মানুহজনেও চকু মুদি দিছিল। হয়তো ভাবিছিল শেষৰটো বলে দলটোৰ ভৱিষ্যৎ কি নিৰ্ণয় কৰিব? হয়তো যুঁজি যুজি ভাগৰি পৰি আশা যেন একেবাৰে বাদেই দিছিল। কিন্তু আশা শেষমুহূৰ্তলৈকে হেৰুৱাই পেলোৱা নাছিল দলটোৰ আন সদস্যসকলে। হেৰুৱাই…

ৰাজহ সংগ্ৰহৰ ফন্দি নেকি ৭৫ টকীয়া মুদ্ৰা?

নতুন সংসদ ভৱন উদ্বোধন উপলক্ষ্যে চৰকাৰে মুকলি কৰে ৭৫ টকীয়া মুদ্ৰা। বহুতে দেখিছে নতুন ৭৫ টকীয়া নোটৰ ছবি। একাংশৰ মাজত ৭৫ টকীয়া মুদ্ৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এই মুদ্ৰা সাধাৰণ ৰাইজে পাবনে? দৈনিক লেনদেনত ব্যৱহাৰ কৰিব পাৰিবনে? কেনেকৈ আৰু…

যন্তৰ মন্তৰত নিষিদ্ধ ধৰ্ণা!

মল্লযুঁজাৰুক ধৰ্ণাত বহিবলৈ অনুমতি নিদিয়ে দিল্লী আৰক্ষীয়ে।দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে অব্যাহত ৰখা প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে। দিল্লী আৰক্ষীয়ে সোমবাৰৰ পৰা বন্ধ কৰি দিছে যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ প্ৰতিবাদ। এতিয়াৰ পৰা মল্লযুঁজাৰু সকলক যন্তৰ মন্তৰত প্ৰতিবাদ কৰিবলৈ নিদিয়ে দিল্লী আৰক্ষীয়ে। মল্লযুঁজাৰুসকলৰ…