শ্ৰেণী ৰাষ্ট্ৰীয়

গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি…

খেলক লৈ ‘যুদ্ধ’ ভাৰত পাকিস্তানৰ !

ক’ত অনুষ্ঠিত হ’ব এছিয়া কাপ?দুই মেৰুত ভাৰত-পাকিস্তান !এছিয়া কাপৰ সৈতে পাকিস্তানৰ কাষত বাংলাদেশ আৰু শ্ৰীলংকা! ৯ দিনত ১৮০ ডিগ্ৰী পৰিৱৰ্তন বাংলাদেশ আৰু শ্ৰীলংকাৰ!এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ ক্ৰিকেটক লৈ ভাৰত-পাকিস্তান দুয়োখন দেশে বৰ্তমানলৈকে লিপ্ত হৈ আছে বাক-বিতণ্ডাত । কিয়নো ভাৰতে…

ন্যায়ালয়ক বশ কৰিবলৈ গৈ নিজেই ‘বশ’ হ’ল ৰিজিজু?

ন্যায়ালয়ক সন্তুষ্ট কৰিবলৈ কিৰেন ৰিজিজুৰ ক্ষমতা কৰ্তন নে ন্যায়ালয়ক বশ কৰিব নোৱাৰা বাবেই ক্ষমতাহীন হ’ল নেকি ৰিজিজু ?আইন মন্ত্ৰালয়ৰ পৰা আৰ্থ চায়েন্স পালে কিয় ৰিজিজুয়ে ?কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ হঠাৎ ক্ষমতা কৰ্তন ।অপ্ৰত্যাশিতভাৱে সলনি কৰা হ’ল আইন…

হিন্দুৱেহে প্ৰত্যাখ্যান কৰিলে বিজেপিক !

ধৰ্মৰ নামত ৯ টা বছৰ দিলে …আৰু ধৰ্ম ধৰ্ম কৰি সময় অপব্যয় নকৰে ভাৰতীয়ই !ধৰ্মৰ ৰাজনীতিয়ে আমুৱাইছে হিন্দুকো! হিন্দুত্ববাদী দলৰ ওপৰত বিশ্বাস নাই জনতাৰ প্ৰতি ৮৭ জন হিন্দুl ৫০ জনেই ভোট নিদিলে বিজেপিক !কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান…

পাইলটক ‘পাইলট’ নবনায় কংগ্ৰেছে !

বহু জল্পনা কল্পনাৰ অন্তত কৰ্ণাটক বিজয়ৰ সপোন কংগ্ৰেছ দলে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী পদক লৈ টনাআজোঁৰা চলিছিল সিদ্দাৰামায়া আৰু কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ মাজত৷বহু গুণাগঁথাৰ অন্তত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়া আৰু উপমুখ্যমন্ত্ৰী হিচাপে ডি এ শিৱকুমাৰক নিৰ্বাচিত কৰা হ’ল।অহা ২০…

গোডী মেডিয়াৰ হিৰ’,বিদেশৰ মেডিয়াত জিৰ’ !

কৰ্ণাটকৰ পৰাজয়ে বিশ্বগুৰু নৰেন্দ্ৰ মোডীৰ স্থান একে কোবে বহু তললৈ অৱনমিত কৰিলে।কৰ্ণাটকৰ পৰাজয়ৰ পিছত বিশ্বৰ বিভিন্ন বিখ্যাত তথা জনপ্ৰিয় সংবাদমাধ্যমে যি শিৰোনামেৰে সংবাদ পৰিৱেশন কৰিছে ,সেইবোৰৰ প্ৰায়বোৰতেই প্ৰধানমন্ত্ৰী মোডী,ধৰ্ম আৰু সাম্প্ৰদায়িকতাক শিৰোনাম হিচাপে লৈয়ে বাতৰি পৰিৱেশন কৰা দেখা গৈছে।’নিউয়ৰ্ক টাইমচ’ত…

বিজেপি দুফাল হ’ল তেলেংগানাত !

কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপিৰ লক্ষ্য হৈ পৰিছে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য তেলেংগানা।তেলেংগানাৰ দুৱাৰেৰেই বিজেপিয়ে পুনৰ দক্ষিণ ভাৰতত প্ৰৱেশৰ যোজা আৰম্ভ কৰিছে বিজেপিয়ে।কিন্তু কেচিআৰৰ দৰে প্ৰভাৱশালী নেতাক আঁতৰাই বিজেপিয়ে ক্ষমতা দখলৰ বাবে যি কৌশল ৰচনা কৰিছে,সেই কৌশলক লৈ…

প্রধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেই ১৬ মে’ৰ কথা লিখি ৰাখিছিল নে আপুনি?

সেয়া আছিল ২০১৪ চনৰ কথা !প্ৰধানমন্ত্ৰী মোডীয়ে কোৱা কেইটা ১৬ মে’ৰ প্ৰতিশ্ৰুতিৰ কথা মনত আছেনে আপোনাৰ? মোদীয়ে কোৱাৰ দৰে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিলে নে? প্ৰধানমন্ত্ৰী  মোদীয়ে সদম্ভে কোৱাৰ দৰে কেইটা ১৬ মে’ পাৰ হ’ল মনত আছেনে বাৰু?  ২০১৪ চনৰ এক বিজেপিৰ…

অসমৰ মুখ্যমন্ত্ৰী য’ত,বিসম্বাদ ত’ত !

তেলেংগানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ !চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তেলেংগানা এইবাৰ বিজেপি দলৰ অন্যতম লক্ষ্য।তেলেংগানাত বৰ্তমান শাসনত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।কেচিআৰ এই দলৰ মূৰব্বী।বিগত দেওবাৰে বান্দীয়ে তেলেংগানাত আয়োজন কৰিছিল ‘হিন্দু একতা যাত্ৰা’ৰ।এই যাত্ৰাত মুখ্য অতিথি হিচাপে…

সৌভাগ্যৰ দুৱাৰ খোল খাব নেকি কংগ্ৰেছৰ?

২০১৪ চনৰ পৰা দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰভাৱে মুখ থেকেঁচা খোৱা কংগ্ৰেছলৈ কৰ্ণাটকৰ নিৰ্বাচনে পুনৰ সম্বিত ঘূৰাই অনাৰ সম্ভাৱনা দেখিছে দলটোৱে ।প্ৰায় প্ৰতিটো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হোৱা দলটোত শেহতীয়াকৈ কৰ্ণাটকৰ নিৰ্বাচনে কিছু পৰিমাণে আশাৰ সঞ্চাৰ কৰিছে।গুজৰাট,মেঘালয়,নাগালেণ্ড,ত্ৰিপুৰাত শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত…