Investigative reporting with dedication.
ৰাজনীতি এৰিব ৰাহুল গান্ধীয়ে?

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ এটা মাহ পাৰ হ’ল !কি হ’ব ‘ডিচকোৱালিফাইড এম পি’ৰ ৰাজনৈতিক ভৱিষ্যৎ?ৰাজনীতি ত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে?কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সম্পূৰ্ণ হ’ল এমাহ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী…










