শ্ৰেণী ৰাষ্ট্ৰীয়

সংগীহীন হ’ল ব্ৰীজভূষণ !

ইণ্ডিয়ান অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই বুধবাৰে দিল্লীৰ যন্তৰমন্তৰত প্ৰতিবাদ কৰি থকা মল্লযোদ্ধা সকলক সাক্ষাৎ কৰে৷সাক্ষাতৰ সময়চোৱাত তেওঁ বজৰং পূৰ্ণিয়া,সাক্ষী মালিক,বিনেশ ফ’গ’ট কে ধৰি আন সকলো মল্লযোদ্ধাৰ লগত মতবিনিময় কৰে।উল্লেখ্য যে ৰেষ্টলিং ফেডাৰেশ্যনৰ মূৰব্বী ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন…

দুৰ্নীতিৰ অভিযোগত কঁপিছে ৫৬ ইঞ্চি বুকু !

কৰ্ণাটকত নিৰ্বাচন সমাগত।অহা ১০ মে’ত কৰ্ণাটকৰ ২২৪ টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব !নিৰ্বাচনৰ বাবে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।বিগত কাৰ্যকালত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰা বিজেপিয়ে কংগ্ৰেছক প্ৰত্যাক্ৰমণ কৰিবলৈ বিচাৰি পোৱা নাই…

মনৰ কথা কয় কিন্তু শুনা মানুহ নাই !

মোডীৰ মন কী বাত কোনেও নুশুনে !উত্তৰ – দক্ষিণ – পূৱ সকলোতে মন কী বাতলৈ অনীহা।চি এছ ডি এছৰ সমীক্ষাই উদঙালে ভুৱা দাবীৰ স্বৰূপ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাতৰ ১০০ সংখ্যক এপিচোড সম্প্ৰচাৰ হ’ব দেওবাৰে । তাৰ বাবে দেশজুৰি ব্যাপক…

IPL এ ধ্বংস কৰিব ক্ৰিকেটক !

৬ জন ক্ৰিকেটাৰক ২০ কোটি টকাৰ অফাৰ IPLৰ! দেশৰ ক্ৰিকেটক শেষ কৰাৰ পৰিকল্পনা IPL ফ্ৰেঞ্চাইজীৰ! ইংলেণ্ডৰ ক্ৰিকেটাৰক মোটা অংকৰ ধনৰ প্ৰলোভন IPL ফ্ৰেঞ্চাইজীৰ ! আই পি এল দলবোৰে দেশৰ হৈ খেলি ক্ৰিকেটাৰসকলে যিমান ধন লাভ কৰে তাতকৈ বহুত বেছি ধন…

ধানৰ ভাপ,ঋষিৰ শাপ দুয়োটাতে দগ্ধ বিজেপি !

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনে জোলোকাজোলোকে পানী খুওৱাৰ সময়তে বিজেপি দলৰ বাবে অশনি সংকেত কঢ়িয়াইছে বিৰোধী ঐক্যই ।বিৰোধীৰ মাজত বিভাজন সৃষ্টিৰ বাবে নানান কূট কৌশল ৰচনা কৰিও ব্যৰ্থ হোৱা বিজেপিয়ে এতিয়া ভিতৰি ভিতৰি যেন ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত ভুগিছে৷ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত নিদ্ৰাহীনতাত ভোগা…

ভিটামিন খাওঁতে সাৱধান !

সাৱধান!ঔষধৰ নামত বৰবিহ বিক্ৰী হৈ আছে বজাৰত!আজিয়েই পৰীক্ষা কৰক কি কি ঔষধ সেৱন কৰাটো বিপজ্জনক ! সততে ব্যৱহাৰ হোৱা কেইবাটাও ঔষধ সেৱনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে সতৰ্কবাণী। আইৰণ, ফলিক এচিড টেবলেট তথা প্ৰ’বায়’টিককে ধৰি মাল্টিভিটামিন টেবলেটলৈকে, ৪৮ টা ঔষধৰ ক্ষেত্ৰত…

ভোকত মৰাতকৈ ভোটেই নিদিয়ে বিজেপিক !

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই অনাগত নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই আনিছে বিজেপিলৈ।এডিনা নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষাত প্ৰকাশ যে কৰ্ণাটকৰ ভোটাৰক দুৰ্নীতি,মূল্যবৃদ্ধি,নিবনুৱা সমস্যাই ইমানেই জুৰুলা কৰিছে যে তেওঁলোকে এই তিনিটা বিষয়ৰ সমাধান দিব পৰা দলৰ প্ৰাৰ্থীকহে এইবাৰ…

জোপা এৰি খোপাত ধৰিছে বিজেপিয়ে !

প্ৰতিষ্ঠানবিৰোধী ঢৌৱে জুৰুলা কৰা বিজেপিক উদ্ধাৰৰ বাবে কৰ্ণাটকত ইখনৰ পাছত সিখন সমাবেশ ,সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই।বিগত ৫ টা বছৰ শাসনত থাকিও কৰ্ণাটকৰ উন্নয়ন সাধনত ব্যৰ্থ হোৱা বিজেপিক পুনৰ ক্ষমতাত বহাবলৈ…

মধ্য প্ৰদেশত বিজেপি দুফাল !

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত৷২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত !তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক অকল্পনীয় সপোন ,এক…

মুছলমানৰ বাবেই জনসংখ্যা বৃদ্ধি ভাৰতত !

‘ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে ইছলাম ধৰ্মী লোক’ বিশ্ব হিন্দু পৰিষদ নেতা প্ৰবীণ টোগাৰীয়াৰ বিস্ফোৰক মন্তব্য এয়া।ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে মুছলমান ধৰ্মী লোক বুলি দাবী কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।তেওঁ কয় ‘পৰিসংখ্যা অনুসৰি হিন্দুৰ ১.৮% ৰ পৰিৱৰ্তে মুছলমানৰ জন্মৰ হাৰ ২.৪%’অসমত…