Browsing Category
দেশ
২০২৪ ত গেইম প্লেন কি হ’ব কংগ্ৰেছৰ?
বিগত ১৩ মে’ত কৰ্ণাটক জয়ৰ পাছত লোকসভাৰ নিৰ্বাচনক লৈ আশবাদী হৈ পৰিছে কংগ্ৰেছ।বিগত দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে যেন শেহতীয়া কৰ্ণাটক জয়েৰে ইয়াৰ হেৰুৱা অতীতৰ গৌৰৱ ঘূৰাই পাইছে।বিগত ডিচেম্বৰত হিমাচল প্ৰদেশ আৰু মে’…
‘জীৱন্ত বুদ্ধ’ৰ লগত ৰিজালে ৰাহুল গান্ধীক
ক্ষমতাৰ প্ৰতি লালায়িত নহয় ৰাহুল গান্ধী ! দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল গান্ধীয়ে ! কোনে কৰিছে মন্তব্য?বুদ্ধৰ সৈতে কোনে সাদৃশ্য পাইছে গান্ধীৰ?
কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত চিলিকন…
ভয়ংকৰ মন্দাৱস্থা,হেৰুৱাব পাৰে চাকৰি !
প্ৰণৱ ডেকা 🖋️
99570 83998
Recession অৰ্থাৎ মন্দাৱস্থা!
আমি কলেজত যেতিয়া অৰ্থনীতিৰ কথা পঢ়িছিলোঁ তেতিয়া প্ৰায় এই শব্দটো শুনিছিলোঁ। কেতিয়াবা ভাবিছিলোঁ সকলো ঠিকেই চলি থাকিলে হঠাতে এনেকুৱা অৰ্থনৈতিক সংকট কেনেকৈ হৈ যায়,…
মানৱতাৰ জয়গান প্ৰতিধ্বনিত হ’ল ওড়িশাত !
কোনে কয়, যান্ত্ৰিকতাৰ মাজত মানৱীয়তা হেৰাই গৈছে?এতিয়াও মানুহৰ হৃদয়ত স্পন্দিত মানৱতাৰ জয়গান ! হত্যা-হিংসা-দুৰ্নীতি-ধৰ্ষণ আদি বাতৰিৰ পৰা আঁতৰি এটা ইতিবাচক খবৰ -ওড়িশাৰ পৰা শিক্ষা লওঁ আহক! ওড়িশাৰ ৰেল দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ। ২ জুন…
বিজেপিক Bye Bye দিব মুন্দে পৰিয়ালে !
একেলেথাৰিয়ে কেন্দ্ৰত ৯ টা বছৰ শাসনত থকাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক লৈ যেন চৰম হতাশগ্ৰস্ততাত ভুগিছে প্ৰতিখন ৰাজ্যৰ বিজেপি নেতা-নেত্ৰী সকল।মধ্য প্ৰদেশ,তেলেংগানা,মণিপুৰ,ত্ৰিপুৰাৰ পিছত এইবাৰ বিসম্বাদৰ উকমুকনি ঘটিছে মহাৰাষ্ট্ৰত।এসময়ৰ…
ফুচুলাই ভোট নলয় কংগ্ৰেছে !
কংগ্ৰেছে পূৰণ কৰিব ৫ গেৰাণ্টী !জনতাৰ ধন পানীত নেপেলায় কংগ্ৰেছে !কিন্তু থাকিব terms & condition !কি হ’ব এই terms & condition বোৰ ?
কৰ্ণাটকত শাসনলৈ অহা কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিছিল বহুবোৰ প্ৰতিশ্ৰুতি।কিন্তু তাৰে ৫ টা…
নিৰ্বাচনো আহিল,মুছলমান প্ৰীতিও বাঢ়িল !
দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন আঙুলিৰ মূৰত গণিব পৰা কেইটামান মাহ।সেয়ে শাসক দল বিজেপিৰ লগতে আন বিৰোধী দলবোৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কোনে কিমান প্ৰতিশ্ৰুতি দি নিজৰ দলৰ সমৰ্থন গোটাব পাৰে তাক লৈ চলিছে এক অবাধ প্ৰতিযোগিতা।এই…
তথ্যচিত্ৰ হ’ব মোডীৰ ‘মন কী বাত’ !
কি থাকিব মোডীক লৈ নিৰ্মিত ‘মন কি বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত?মোডীৰ ‘মন কী বাত’ত চলা নাটকবাজিৰ কথাও থাকিবনে ‘মন কী বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত? কিমান নিৰ্ভৰযোগ্য আছিল মোডীৰ ‘মন কী বাত’ অনুষ্ঠান?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মনৰ কথাই ভাৰতৰ…
ৰামহে সঁচা হ’ল বাকীবোৰ ফুটুকাৰ ফেন !
নহ’ল বছৰি ১ কোটি কৰ্মসংস্থাপন !নাহিল বিদেশৰ ক’লা ধন !নাঁতৰিল দুৰ্নীতি ! নহ’ল সুশাসন !নকমিল বস্তুৰ দাম !কি প্ৰতিশ্ৰুতি পালন কৰিলে বিজেপিয়ে?কি লৈ ভোট বিচাৰিব বিজেপিয়ে?
২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ।ইতিমধ্যে বিজেপি…
নিজে পতা জালত নিজেই বন্দী বিজেপি ?
পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।কিন্তু মণিপুৰত চৰকাৰ গঠনৰ বাবে থাউকতে ইম্ফলত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত…