সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

জীৱনশৈলী

পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম…

চাৰি মাহত আৰু কি কি নিষিদ্ধ হ’ল কর্নাটকত?

দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক,…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে এক ভয়াৱহ পৰিস্থিতিত জনতা…

ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি আই অবেদন , বিধানসভাত তিনিগৰাকী…

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত…

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু

ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত অঘটন। ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন। উল্লেখ্য যে, আজি…

আৰোগ্য হ’ব ডায়েবেটিছৰ পৰা:হাভাৰ্ডৰ পৰা বিজ্ঞানী ৰুবুল মাউতে কি আশাৰ খবৰ দিলে?

ডায়েবেটিছ বা বহুমুত্ৰ ৰোগ আধুনিক জীৱনশৈলীৰ অংগ হৈ পৰিছে ৷ বহু সময়ত ই ঘাতক ৰোগতো পৰিণত হৈছে ৷ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ যদিও ইয়াৰ পৰা আৰোগ্য হ’ব নোৱাৰি ৷ কিন্তু ইনছুলিন আৱিষ্কাৰ হোৱাৰ এশ বছৰ পাছত ডায়েবেটিছৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য…

দেশত পুনৰ এদিনতে ক’ভিডত আক্ৰান্ত ৮৭৭৪ গৰাকীঃ চিকিৎসাধীন ১.০৫ লাখ ৰোগী

পুনৰ ভয়ানক ৰূপত আহিছে ক'ভিড। দেশত বিগত ২৪ ঘণ্টাত ৮৭৭৪ গৰাকী নতুন ক'ভিড ৰোগী চিনাক্ত কৰা হৈছে। তদুপৰি মৃত্যু হৈছে ৬২১ গৰাকী লোকৰ। ইয়াকে ধৰি বৰ্তমানলৈকে দেশত মুঠ ৩,৪৫,৭২,৫২৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৬৪,৫৫৪ লৈ…