সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত জলসংকট,ক’ত চৰকাৰী আচনি? ৰাউণ্ড দ্য ক্লকত সৱিশেষ খবৰ৷

 

- Donation -

Leave A Reply

Your email address will not be published.