ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?

Share This Article

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি আই অবেদন , বিধানসভাত তিনিগৰাকী বিধায়কৰ প্ৰশ্ন কোনো এটাৰে উত্তৰত অসম চৰকাৰে নজনায় কোভিড সম্পৰ্কীয় ঠিকাৰ তথ্য ৷ কিন্তু কিয় ? কাৰ দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত কোভিডৰ ঠিকাৰ তথ্য নিদিয়ে চৰকাৰে ৷ সেয়া জনাম আজিৰ এই বিশেষ প্ৰতিবেদনত-

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.